সমললৈ যাওক

জয়শ্ৰী গোস্বামী মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয়শ্ৰী গোস্বামী মহন্ত
ৰাজ্য সভাৰ সাংসদ
কাৰ্যকাল
১৯৯১-২০০২
সমষ্টি অসম
ব্যক্তিগত তথ্য
জন্ম ১ জানুৱাৰী, ১৯৬০ (৬৬ বছৰ)
ৰাজনৈতিক দল অসম গণ পৰিষদ
দাম্পত্যসঙ্গী প্ৰফুল্ল কুমাৰ মহন্ত
পুৰস্কাৰ পদ্মশ্ৰী, ২০১৮
অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা, ২০১৯

জয়শ্ৰী গোস্বামী মহন্ত এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা সাহিত্যিক। তেওঁ উচ্চ সদন ৰাজ্য সভাঅসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসম গণ পৰিষদৰ সদস্য আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী।[1][2][3] তেওঁ অসমীয়া সাহিত্যৰ এগৰাকী লেখিকা তথা শিক্ষাবিদ হিচাপে জনাজাত। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4][5] ২০১৯ চনত তেখেতে 'চাণক্য' নামৰ উপন্যাসখনৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[6]

গ্ৰন্থৰাজি

[সম্পাদনা কৰক]
  • বহুবিষয় চমকপ্ৰদ তথ্য
  • চাণক্য
  • অকথিত শালগ্ৰাম
  • গান্ধাৰী
  • মহাকবি(ভাৰতীয় সাহিত্যত প্ৰথম বাৰৰ বাবে মহাকবি কালিদাসৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস)
  • দ্ৰোণাচাৰ্য
  • শ্ৰেষ্ঠ বিদেশী গল্প
  • অসম আন্দোলন:যুগমীয়া চিন্তাৰ এক প্ৰতিফলন
  • একুকি ধেমেলীয়া সাধু
  • আৰ্থাৰ কোনন ডয়েলৰ কালজয়ী গ্ৰন্থ ‘ৰিং অব থোথ’ৰ অনুবাদ ‘থোথৰ আঙুঠি’[7]
  • চেমনীয়াৰ বিশ্ব সাহিত্য
  • নতুন সাধু মজাৰ সাধু
  • মেটমৰা সাধুৰ বোজা শুনো আহা কেনে মজা
  • পৰীয়ে গোৱা গীত নুশুনিবা
  • সাধু শুনো সাধু খাই কঠালৰ বাদু
  • পৰীৰ সাধু শুনিবা?
  • উৱঁলি যোৱা চাদৰ
  • ডাবল চাফল
  • অন্য এক ৰত্নাকৰ
  • দ্য এডভেঞ্চাৰ অব দ্য স্পেকলড ব্যাণ্ড
  • ৰিপ ভাল ৱিংকল
  • মোৰ ডায়েৰীখন
  • সাত বাওনাৰ সাধু
  • চেমনীয়াৰ বিশ্ব সাহিত্য -১
  • ডন কুইকজোট
  • নীলা চৰাই
  • বিশ্বৰ শ্ৰেষ্ঠ সাধু-২
  • মৰণ- ফাণ্ড
  • পেৰা ভৰাই সাধু আনিছো শুনা মনে মনে
  • नारी तुम अनन्या हो
  • The Poet Immortal: A Novel on the Life of Mahakavi Kalidas

তথ্য উৎস

  1. "RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003". Rajya Sabha. http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/m.pdf আহৰণ কৰা হৈছে: 30 November 2017.
  2. "Women Members of Rajya Sabha". Rajya Sabha. http://rajyasabha.nic.in/rsnew/publication_electronic/Women_Members_Rajya%20Sabha.pdf আহৰণ কৰা হৈছে: 30 November 2017.
  3. Parliamentary Debates: Official Report. 2000. পৃষ্ঠা. 325. https://books.google.com/books?id=WNGHvQz6-j4C আহৰণ কৰা হৈছে: 30 November 2017.
  4. "Padma awards 2018 announced, MS Dhoni, Sharda Sinha among 85 recipients: Here’s complete list". India TV. 25 January 2018. https://www.indiatvnews.com/news/india-padma-awards-2018-announced-ms-dhoni-sharda-sinha-among-85-recipients-here-s-complete-list-424273 আহৰণ কৰা হৈছে: 26 January 2018.
  5. "Padma Shri honour for nine achievers from northeast". Gaurav Das. The Times of India. 28 January 2018. https://timesofindia.indiatimes.com/city/guwahati/padma-shri-honour-for-nine-achievers-from-northeast/articleshow/62679552.cms আহৰণ কৰা হৈছে: 30 January 2018.
  6. শইকীয়া, কল্পজ্যোতি (১৮ ডিচেম্বৰ ২০১৯). "জয়শ্ৰী গোস্বামী মহন্ত আৰু ফুকন চন্দ্ৰ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা". নৰ্থ-ইষ্ট নাও. https://assam.nenow.in/sahitya-academy-award-to-assam-writer-joyshree-goswami-and-phukan-ch-basumatary/ আহৰণ কৰা হৈছে: ১৯ ডিচেম্বৰ ২০১৯.
  7. "জয়শ্ৰী গোস্বামীৰ পাঁচখন গ্ৰন্থ উন্মোচন". জনমভূমি. December 24, 2016. https://janambhumi.in/VGxSRk5FMVJQVDA9/%E0%A6%A10-%E0%A6%9C%E0%A7%9F%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A6%96%E0%A6%A8-%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%A8%E0%A7%8D%E0%A6%A5-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A7%8B%E0%A6%9A%E0%A6%A8.html আহৰণ কৰা হৈছে: 06-06-2022.[সংযোগবিহীন উৎস]