|
|---|
| | ১৯৫৫-১৯৭০ | |
|---|
| | ১৯৭১-১৯৯০ |
- – (১৯৭১)
- চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
- – (১৯৭৩)
- সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
- নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
- ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
- আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
- হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
- ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
- যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
- নীলমণি ফুকন (কবিতা, ১৯৮১)
- মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
- নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
- দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
- কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
- তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
- হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
- লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
- হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
- স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০)
|
|---|
| | ১৯৯১-২০১০ |
- অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
- হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
- কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
- শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
- চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
- নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
- নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
- অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
- মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
- অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
- মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
- নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
- বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
- হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
- য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
- অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
- পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
- ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
- ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
- কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০)
|
|---|
| | ২০১১-বৰ্তমান |
- কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
- চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
- ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
- অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
- কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
- জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
- জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
- সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
- জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
- অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
- অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
- মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
- প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩)
|
|---|
|