অজয় কুমাৰ দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অজয় কুমাৰ দত্ত
জন্ম অসম, ভাৰত
পেচা সমাজ সেৱক
জনা যায় সমাজ সেৱা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী

অজয় কুমাৰ দত্ত (ইংৰাজী: Ajoy Kumar Dutta) ভাৰতৰ এগৰাকী সমাজকৰ্মী।[1] তেওঁ অসমৰ বিভিন্ন বেচৰকাৰী সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱা আগবঢ়াই আহিছে।[2]

চমু জীৱনী[সম্পাদনা কৰক]

অজয় কুমাৰ দত্ত অসমগুৱাহাটীৰ বাসিন্দা। তেওঁ গুৱাহাটী মিউনিচিপালিটিৰ কাউন্সিলৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৭৮ চনত তেওঁ জনতা দলৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কমিউনিষ্ট দলৰ নন্দেশ্বৰ তালুকদাৰক পৰাস্ত কৰে[3][4] আৰু পূব গুৱাহাটী সমষ্টিক প্ৰতিনিধিৰূপে নিৰ্বাচিত হয়।[5]

ভাৰত চৰকাৰে ২০১৬ চনত অজয় কুমাৰ দত্তৰ সমাজসেৱাৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[6]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Prahlad Chandra Tasa and Ajoy Kumar Dutta from Assam wins the Padma Shri awards". 25 January 2016. http://goassam.com/12480/prahlad-chandra-tasa-and-ajoy-kumar-dutta-from-assam-wins-the-padma-shri-awards। আহৰণ কৰা হৈছে: 28 July 2016. - .php "This Is How Assam Shines Bright on the 67th Republic Day Today". 26 January 2016. http://bordoisila.in/social/This-Is-How-Assam-Shines-Bright-on-the-67th-Republic-Day-Today.-Elated! .php। আহৰণ কৰা হৈছে: 28 July 2016. 
  2. "4 from State get Padma Shree". The Assam Tribune. 26 January 2016. Archived from the original on 15 August 2016. https://web.archive.org/web/20160815114910/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan2616%2Fat055। আহৰণ কৰা হৈছে: 28 July 2016. 
  3. "Affidavit Details of Ajoy Kumar Dutta". 2016. http://www.empoweringindia.org/new/preview.aspx?candid=30560&p=&cid=53। আহৰণ কৰা হৈছে: 29 July 2016. 
  4. "Assam Assembly Election 1978". Empowering India. 2016. http://www.empoweringindia.org/new/constituency.aspx?eid=18&cid=53। আহৰণ কৰা হৈছে: 29 July 2016. 
  5. "Gauhati East (Assam) Election Results 2016". 2016. http://www.elections.in/assam/assembly-constituencies/gauhati-east.html। আহৰণ কৰা হৈছে: 29 July 2016. 
  6. "Padma Awards". Ministry of Home Affairs, Government of India. 2016. Archived from the original on 3 August 2017. https://web.archive.org/web/20170803085913/http://mha.nic.in/sites/upload_files/mha/files/PadmaAwards_25012016.pdf। আহৰণ কৰা হৈছে: 3 January 2016. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]