বিজয় চন্দ্ৰ ভাগৱতী
অৱয়ব
বিজয় চন্দ্ৰ ভাগৱতী (জানুৱাৰী ২০, ১৯০৫ – মে' ৮, ১৯৯৭) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আছিল। ভাগৱতী ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ তেজপুৰ লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।[1][2][3] ১৯৯২ চনত তেওঁ পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল।[4]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 4th Lok Sabha Assam (2012-08-13). Retrieved on 2012-08-13.
- ↑ 3rd Lok Sabha Assam (2012-08-13). Retrieved on 2012-08-13.
- ↑ 2nd Lok Sabha Assam (2012-08-13). Retrieved on 2012-08-13.
- ↑ "Birth centenary of Bijoy Chandra Bhagawati". Assam Tribune. http://www.assamtribune.com/scripts/details.asp?id=nov1309/State9। আহৰণ কৰা হৈছে: 13 Auguest 2012.[সংযোগবিহীন উৎস]