ভাইটি (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাইটিৰ পৰা পুনঃনিৰ্দেশিত)
ভাইটি
Bhaiti

ভাইটি ছবিৰ এটা দৃশ্যত ইভা আচাও আৰু মাষ্টাৰ সিদ্ধাৰ্থ
পৰিচালক কমল নাৰায়ণ চৌধুৰী
সংগীত পৰিচালক অজিত সিংহ
মুক্তি
১৯৭২
দেশ ভাৰত
ভাষা অসমীয়া

ভাইটি (ইংৰাজী: Bhaiti) হৈছে প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ। ১৯৭২ চনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

  1. ইভা আচাও[2]

সংগীত[সম্পাদনা কৰক]

ছবিখনৰ সংগীত পৰিচালক আছিল অজিত সিংহ। গীত লিখিছিল কেশৱ মহন্ত, আৰু জয়ন্ত বৰুৱাই।[3]

গীতৰ শীৰ্ষ
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "মা অ’ মা কৰা মোক ক্ষমা, নাজানি লগালো জগৰ"  আৰতি মুখাৰ্জী  
2. "প্ৰভু মোৰ তুমিয়ে স্ৰজিলা এই জীৱৰে সংসাৰ"  আৰতি মুখাৰ্জী  
3. "মই ভয় নকৰো নকৰো কাকো, নিজহাতে ৰান্ধো খাওঁ ভোকত নাথাকো"  আৰতি মুখাৰ্জী  
4. "মায়া ভৰা এই ধৰা মোহৰে আৱৰা আন্ধাৰে আৱৰা, বুলিলে উজুতি খাওঁ"  খগেন মহন্ত  

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Bhaity (1972) – Assamese Film". www.assam.info. https://www.assams.info/movies/bhaiti-1972। আহৰণ কৰা হৈছে: 1 July 2020. 
  2. "10 Mind-blowing Facts About The First Assamese Actress on Filmfare Cover". Magical Assam. Aug 16, 2015. https://www.magicalassam.com/2015/08/eva-asao-assamese-actress-on-filmfare-cover.html। আহৰণ কৰা হৈছে: 24 april 2019. 
  3. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 175. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

গানা ডট কমত ভাইটিৰ গীত