মানৱ আৰু দানৱ
মানৱ আৰু দানৱ Manav Aru Danav | |
---|---|
![]() | |
পৰিচালক | ইন্দুকল্প হাজৰিকা |
চিত্ৰনাট্য | ইন্দুকল্প হাজৰিকা |
প্ৰযোজক | কাশীপ্ৰসাদ বিহানী |
অভিনয়ত | বিজয় শঙ্কৰ বিদ্যা ৰাও |
চিত্ৰগ্ৰহণকাৰী | অনিল গুপ্ত, জ্যোতি লাহা |
সম্পাদনা | ৰাস বিহাৰী সিনহা |
সংগীত পৰিচালক | জীতু-তপন |
মুক্তি |
২৬ ফেব্ৰুৱাৰী ১৯৭১ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
মানৱ আৰু দানৱ (ইংৰাজী: Manav Aru Danav) ১৯৭১ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ইন্দুকল্প হাজৰিকা। নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল কাশীপ্ৰসাদ বিহানীয়ে।[1][2]
অভিনয় শিল্পী[সম্পাদনা কৰক]
- বিজয় শঙ্কৰ
- নিপন গোস্বামী
- বিদ্যা ৰাও
- দীনেশ দাস
- পুণ্য দাস
- চন্দ্ৰা
- অনুপমা ভট্টাচাৰ্য
- বিৰিঞ্চি ভট্টাচাৰ্য
- পূৰ্ণিমা শৰ্মা পাঠক,
- আভা হাজৰিকা
- প্ৰবীন দাস
- চম্পা
- ৰাণু হাজৰিকা
- তৃপ্তি (শিশুশিল্পী) আদি।
সঙ্গীত[সম্পাদনা কৰক]
ছবিৰ সঙ্গীত জীতু-তপন। গীত লিখিছে নুৰুল হক আৰু নিৰ্মল প্ৰভা বৰদলৈয়ে। মুঠ গীত সাতটা। ইয়াৰে এটা হিন্দী ভাষাৰ গীত।[3]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "ঘৰ ভাঙিলেও মন নাভাঙিবি সাধু সন্তই কয়" | নুৰুল হক | অপূৰ্ব দাস | |||||||
2. | "একে একে দুই হ’লে দুয়ে দুয়ে কি, চাৰি" | নিৰ্মল প্ৰভা বৰদলৈ | আৰতি মুখাৰ্জী | |||||||
3. | "কি মোক নালাগে, মৰম নালাগে, যোৱাগে’ বুলিছা যাওঁ" | নিৰ্মল প্ৰভা বৰদলৈ | দ্বীপেন বৰুৱা, আৰতি মুখাৰ্জী | |||||||
4. | "মনেমনে তুমি কাক মন যাচিবা" | নুৰুল হক | দ্বীপেন বৰুৱা, বনশ্ৰী সেনগুপ্ত | |||||||
5. | "পূৰ্বভাৰতীৰ দৃপ্ত কণ্ঠত শুনা নতুনৰে গান" | নুৰুল হক | শ্যামল মিত্ৰ | |||||||
6. | "কোই যাওৰে ওনকো লাওৰে, বালমা আওৰে সজনা আওৰে" | নুৰুল হক | আৰতি মুখাৰ্জী | |||||||
7. | "মই কোন, এই চহৰৰ মাস্তানা মই" | নুৰুল হক | দ্বীপেন বৰুৱা |
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 173.
- ↑ "Released Assamese Feature Films". www.enajori.com. http://www.enajori.com/?page_id=589। আহৰণ কৰা হৈছে: 29 May 2020.
- ↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 145.
|