অগ্নিগড় (চলচ্চিত্ৰ)
অৱয়ব
এই প্ৰবন্ধটো চন্দ্ৰ মুদৈ পৰিচালিত অগ্নিগড় চলচ্চিত্ৰখনৰ বিষয়ে। অন্য ব্যৱহাৰৰ বাবে অগ্নিগড় (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
অগ্নিগড় | |
---|---|
পৰিচালক | চন্দ্ৰ মুদৈ |
চিত্ৰনাট্য | চন্দ্ৰ মুদৈ |
কাহিনী | চন্দ্ৰ মুদৈ |
প্ৰযোজক | প্ৰদীপ গগৈ |
অভিনয়ত | অৰুণ নাথ বিষ্ণু খাৰঘৰীয়া |
চিত্ৰগ্ৰহণকাৰী | অজান বৰুৱা |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | ভূপেন উজীৰ |
মুক্তি |
১৯৯৪ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
অগ্নিগড় (ইংৰাজী: Agnigarh) ১৯৯৪ চনত মুক্তি পোৱা এখন সাম্প্ৰতিক বিষয়বস্তুৰ আধাৰত নিৰ্মিত অসমীয়া ছবি। অগ্নিগড়ৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা চন্দ্ৰ মুদৈৰ। প্ৰযোজনা প্ৰদীপ গগৈৰ। মূল চৰিত্ৰটোত অভিনয় কৰিছে অৰুণ নাথে। সংগীত ভূপেন উজীৰৰ। গীতত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাই।[1]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- অৰুণ নাথ
- বিষ্ণু খাৰঘৰীয়া
- আব্দুল মজিদ
- জয়ন্ত ভাগৱতী
- গুণ মহন্ত
- জেৰিফা ৱাহিদ
- পবিত্ৰ বৰকাকতি
- প্ৰদীপ হাজৰিকা
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Agnigarh in Mxplayer". Archived from the original on 15 January 2022. https://web.archive.org/web/20220115150004/https://www.mxplayer.in/movie/watch-agnigarh-movie-online-0815e5b8b3b557481a1686506a4c02f5?watch=true। আহৰণ কৰা হৈছে: 15 January 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- অগ্নিগড় (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
|