ৰং (দূৰদৰ্শন কেন্দ্ৰ)
অৱয়ব
ৰং | |
---|---|
উদ্বোধন | ১ অক্টোবৰ, ২০০৯ |
গৰাকী | প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড |
শ্ল'গান | ৰং জীৱনৰ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
ভগ্নী কেন্দ্ৰসমূহ | নিউজ লাইভ ৰামধেনু নৰ্থ ইষ্ট লাইভ ইন্দ্ৰধনু |
ৱেবছাইট | www.rangtv.org |
উপলদ্ধতা | |
কৃত্ৰিম উপগ্ৰহ | |
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল ৬২৫ |
ডিচ টিভি (ভাৰত) | চেনেল ১৫০৯ |
ৰিলায়েঞ্চ ডিজিটেল টিভি (ভাৰত) | চেনেল ৭৮৫ |
টাটা স্কাই (ভাৰত) | চেনেল ১৯৫২ |
ভিডিঅ'কন ডিটুএইচ (ভাৰত) | চেনেল ৭৭১ |
ৰং (ইংৰাজী: Rang) (দূৰদৰ্শন কেন্দ্ৰ) এটা অসমীয়া ভাষাৰ বিনোদন দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড[1]। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ, ৰামধেনু, ইন্দ্ৰধনু আৰু নৰ্থ ইষ্ট লাইভ।
বৰ্তমানৰ অনুষ্ঠান
[সম্পাদনা কৰক]নাম | শৈলী | আৰম্ভ |
---|---|---|
ফুট গধূলি | নাটক | ২০২3 |
বৃষ্টি | নাটক | ২০২4 |
মেঘামল্লাৰ | নাটক | ৮ নৱেম্বৰ ২০২3 |
পুৱতি তৰা | নাটক | ২০২4 |
অন্যান্য
[সম্পাদনা কৰক]- উপাসনা
পূৰ্বৰ অনুষ্ঠান
[সম্পাদনা কৰক]হাস্য-ব্যঙ্গ চিৰিজ
[সম্পাদনা কৰক]- ঐ খাপলা
- কচুগুটি
- নিঙনি ভাওৰাৰ কথা
- ফেনখোৱা
- বাঃ অমৰাৱতী বাঃ
- বৰলা কাই
- ভাড়াঘৰ
নাটক চিৰিজ
[সম্পাদনা কৰক]- অনুৰাধা
- অৰ্ধাংগিনী
- অগ্নি
- আবেলিৰ ৰামধেনু
- নূপুৰ
- নেদেখা নদীৰ ঘাট
- বিন্দাচ
- শাহু বোৱাৰী
- এফ. আই. আৰ.
- জোনাকী কাৰেং
- দামিনী
- প্ৰতিজ্ঞা
- অধিকাৰ
- ৰঙ জীৱনৰ
- শুকুলা মেঘৰ ছাঁ
- অনুৰাগ তোমাৰ বাবে
- সংযোগ
- জোনাকৰ বৰষুণ
- ভৈৰৱী
- মেঘৰঞ্জনী
- উমাল বুকুৰ হেজাৰ কাহিনী
- হেঁপাহৰ ঘৰ
- ৰ'দালি
- তুমি দুচকুতে কাজল ল'লে
- আকাশ-এটি মিঠা নাম
- পাতাল ভৈৰৱী
- ৰাগিনী
- লগন
- পিতা পুত্ৰ
- বৈদেহী
- আহিনৰ আবেলি
- নন্দিনী
- কাঞ্চন
- বৰষা যেতিয়া নামে
- দৈৱকী
- সৰাপাত
ৰোমাঞ্চক
[সম্পাদনা কৰক]- এফ. আই. আৰ.
ৰিয়েলিটী শ্ব'
[সম্পাদনা কৰক]- স্কুলৱিজ
- মই অসম দেশৰ ছোৱালী
- কিচমে কিতনা হে দম
- সংগীতৰ মহাৰণ
- ঝংকাৰ
কথা-বতৰাৰ অনুষ্ঠান
[সম্পাদনা কৰক]- মিউজিকেল কাউচ্চ
- আঁৰে আঁৰে কিছু কথা
- জোনাকী বাটেৰে
অন্যান্য
[সম্পাদনা কৰক]- ৫ পৰিচালকৰ ৫ ছবি
- ভাওনা
- পাকঘৰ
- দা ফুড বে
- প্ৰথম ৰেঙনি
- মোহিনি
- মাধূৰিমা
- পেজ ৩
আহি আছে
[সম্পাদনা কৰক]২০১৯ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "ৰঙ". Rang TV. ২০১২. http://www.rangtv.org/। আহৰণ কৰা হৈছে: September 29, 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|