ৰেঙণি টিভি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেঙণি
Rengoni
উদ্বোধন ৩ জুন ২০১৩
গৰাকী এ এম টেলিভিছন প্ৰাইভেট লিমিটেড
দেশ ভাৰত
ভাষা অসমীয়া ভাষা
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত,
ভগ্নী কেন্দ্ৰসমূহ প্ৰাগ নিউজ
ৱেবছাইট rengonitv.com
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল ৬৩২
ডিছ টিভি (ভাৰত) চেনেল ৭৭৫
ৰিলায়েন্স ডিজিটেল টিভি (ভাৰত) চেনেল ৭৮৭
টাটা স্কাই (ভাৰত) চেনেল ১৯৭০
ভিডিঅ'কন ডিটুএইছ চেনেল ৭৭১
Cable
ACC Channel 6/10

ৰেঙণি অসমীয়া ভাষাৰ সাধাৰণ মনোৰঞ্জনমূলক টিভি চেনেল। গুৱাহাটীৰ এ এম টেলিভিছন প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। এই চেনেল ২০১৩ চনৰ ৩ জুন তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন প্ৰকাৰৰ মনোৰঞ্জন ধৰ্মী কাৰ্যসূচী প্ৰচাৰ কৰা হয়।[1]

বৰ্তমান প্ৰদৰ্শিত কাৰ্যসূচী[সম্পাদনা কৰক]

  • ভক্তি আৰাধনা
  • স্বৰগম
  • বেহাৰবাৰী আউটপষ্ট
  • অপৰাজিতা
  • আইনা
  • অস্তিত্ব
  • চুটি ছবি

তথ্য উৎস[সম্পাদনা কৰক]