ইন্দ্ৰধনু (দূৰদৰ্শন কেন্দ্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইন্দ্ৰধনু
Indradhanu
উদ্বোধন ৮ এপ্ৰিল ২০১৭
গৰাকী প্ৰাইড ইষ্ট এন্টাৰতেইনমেণ্ট প্ৰাইভেট লিমিটেড
দৃশ্য ফৰমেট 480i (SDTV)
শ্ল'গান The Real Life
দেশ ভাৰত
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ নিউজ লাইভ
ৰং
নৰ্থ ইষ্ট লাইভ
ৰামধেনু
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
টাটা স্কাই (ভাৰত) চেনেল নং ১৯৭২[1]
Airtel digital TV (India)
Dish TV (India)

ইন্দ্ৰধনু অসমৰ চলচ্চিত্ৰ বিষয়ক টিভি চেনেল। ২০১৭ চনৰ ৮ এপ্ৰিলত আনুষ্ঠানিক ভাৱে এই টিভি চেনেলৰ সম্প্ৰচাৰণ আৰম্ভ হৈছিল। গুৱাহাটীৰ প্ৰাইড ইষ্ট এন্টাৰতেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এই চেনেলটোৰ গৰাকী। ই অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ চলচ্চিত্ৰ বিষয়ক উপগ্ৰহৰ দ্বাৰা পৰিচালিত টিভি চেনেল।[2] এই টিভি চেনেলত অসমীয়া, বাংলা, হিন্দী আৰু আন আন আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ আৰু চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয়।

চলচ্চিত্ৰৰ লগতে ইয়াত অসমীয়া, বাংলা, হিন্দী আৰু আন আন আঞ্চলিক ভাষাৰ গীতো প্ৰদৰ্শন কৰা হয়।

তথ্য উৎস[সম্পাদনা কৰক]