ৰামধেনু (দূৰদৰ্শন কেন্দ্ৰ)
অৱয়ব
| ৰামধেনু | |
|---|---|
| ৰামধেনু চেনেলৰ ল'গ' | |
| উদ্বোধন | ১ অক্টোবৰ, ২০১১ |
| গৰাকী | প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড |
| শ্ল'গান | Colours of Music |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া আৰু আন উত্তৰ-পূবৰ ভাষা |
| মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
| ভগ্নী কেন্দ্ৰসমূহ | নিউজ লাইভ ৰং নৰ্থ ইষ্ট লাইভ ইন্দ্ৰধনু |
| ৱেবছাইট | www.ramdhenutv.com |
| উপলদ্ধতা | |
| কৃত্ৰিম উপগ্ৰহ | |
| টাটা স্কাই (ভাৰত) | চেনেল ১৯৬৪ |
| এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল ১৬৩৫ |
| ডিছ টিভি (ভাৰত) | চেনেল ১৫১৫ |
| ভিডিঅ'কন ডি টি এইচ (ভাৰত) | চেনেল ৮৪৭ |
ৰামধেনু (ইংৰাজী: Ramdhenu) (দূৰদৰ্শন কেন্দ্ৰ) অসমীয়া ভাষাৰ এক সংগীত দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড[1]। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ আৰু ৰং। এই চেনেলটো ২০১১ চনৰ ১ অক্টোবৰত উদ্বোধন কৰা হৈছিল। ই উত্তৰ-পূব ভাৰতৰ প্ৰথম সংগীত ধৰ্মীয় দূৰদৰ্শন কেন্দ্ৰ। ইয়াত অসমীয়াৰ উপৰিও উত্তৰ-পূবৰ বিভিন্ন ভাষাৰ সংগীতৰ ভিডিঅ' পৰিৱেশন কৰা হয়।
সূচী
[সম্পাদনা কৰক]- ৰামধেনু 4G
- বীট বক্স-কেৱল গীত
- ৰামধেনু হিটজ্
- মিউজিকেলী ইউ
- নাইট ৰাইডাৰ্ছ
- ৰামধেনু প্লেলিষ্ট
- জাষ্ট ৰিলিজ্ড
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "ৰামধেনু". Ramdhenu TV. ২০২৪. https://ramdhenutv.com/। আহৰণ কৰা হৈছে: September 14, 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| ||||||||||||||