সমললৈ যাওক

ডিৱাই ৩৬৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ডি ৱাই ৩৬৫
ডি ৱাই ৩৬৫-ৰ ল'গ'
উদ্বোধন ৩০ অক্টোবৰ, ২০০৮
গৰাকী ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড
শ্ল'গান নিৰ্ভীক, নিৰপেক্ষ আৰু বিশ্বস্ত
দেশ ভাৰত
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ভগ্নী কেন্দ্ৰসমূহ জোনাক
ৱেবছাইট dy365.in
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল নং ৬২৪
বিগ টিভি (ভাৰত) চেনেল নং ৭৮৪
ডিছ টিভি (ভাৰত) চেনেল নং ৭৮১
চান ডাইৰেক্ট ডি টি এইচ (ভাৰত) চেনেল
টাটা স্কাই (ভাৰত) চেনেল নং ১৯৭০
ভিডিঅ'কন ডি টি এইচ (ভাৰত) চেনেল নং ৮৪৩

ডি ৱাই ৩৬৫ (ইংৰাজী: DY 365)হৈছে উত্তৰ-পূব ভাৰতৰ ২৪ ঘণ্টীয়া চেটেলাইট নিউজ চেনেল।[1] ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড আৰু পৰিচালন সঞ্চালক হৈছে দিপন্নিতা জয়ছৱাল।[2] এই চেনেলটোত মুখ্যতঃ অসমীয়া ভাষাত বাতৰিৰ উপৰিও সংগীতৰ অনুষ্ঠান, বিনোদন, চলচ্চিত্ৰ, ধাৰাবাহিক আদি পৰিৱেশন কৰা হয়। ২০০৮ চনৰ ৩০ অক্টোবৰত এই চেনেলটোৰ প্ৰতিষ্ঠা কৰা হৈছিল।[1][3][4][5][6]

ডি ৱাই ৩৬৫ প্ৰতিষ্ঠিত হৈছিল ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ দ্বাৰা। যি অসমৰ গুৱাহাটীত অৱস্থিত এটা মিডিয়া কোম্পানী।[7][8]

উল্লেখযোগ্য অনুষ্ঠান

[সম্পাদনা কৰক]
  • প্ৰভাতী আৰতি
  • মত ভিন্নমত
  • এই সময়
  • ডি ৱাই পৰিক্ৰমা
  • জুহাল
  • অচিনাকি অসম
  • মহানগৰ ৩৬৫
  • প্ৰসংগক্ৰমে
  • একান্ত ব্যক্তিগত
  • ডি ৱাই মেডলি
  • ডি ৱাই বিহুৰাণী[9]

স্থানাংক

[সম্পাদনা কৰক]

তলত দিয়া স্থানাংকৰ অধীনত ডি ৱাই ৩৬৫ দূৰসংযোগ উপগ্ৰহ GSAT-30-ত আছে:[10]

  • কম্পাঙ্ক : ৩৯৪৯ মেগাহাৰ্টজ
  • মডুলেচন : ৮পিএছকে, ডিভিবিএছ২
  • চিহ্নৰ হাৰ: ৩.৬৭৩ এম এছ পি এছ
  • FEC : ৫/৬
  • মেৰুকৰণ: অনুভূমিক
  • কোডেক : MPEG-4

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "DY 365 Satellite News Channel of Assam and Northeast - Watch online or preview on TV". assamjournal.com. Archived from the original on November 17, 2012. https://web.archive.org/web/20121117122024/http://www.assamjournal.com/2011/04/dy-365-satellite-news-channel-of-assam.html। আহৰণ কৰা হৈছে: March 22, 2013. 
  2. "Assam: DY365 Director Dipannita Jaiswal receives International honour in Dubai" (en ভাষাত). India Today NE. 9 December 2021. https://www.indiatodayne.in/assam/story/assam-dy365-director-dipannita-jaiswal-receives-international-honour-dubai-411198-2021-12-09. 
  3. Singh, Dr Paramveer (5 August 2021) (en ভাষাত). Indian Silver Screen. K.K. Publications. পৃষ্ঠা. 312. https://books.google.com/books?id=Ncg7EAAAQBAJ&dq=DY365+launched+-dy365.in&pg=PA312. 
  4. Das, Gaurav (17 July 2020). "Assam Journalist Arrested After Reports on Smuggling, Channel to Move HC". The Wire. https://thewire.in/media/assam-journalist-arrested-rajib-sarma-dy365. 
  5. Dowerah, Simantik (17 July 2012). "Guwahati shame: How a news channel dumped ethics for TRP" (en ভাষাত). Firstpost. https://www.firstpost.com/living/guwahati-shame-how-a-news-channel-dumped-ethics-for-trp-380854.html. 
  6. "Video Of Landslide In Indonesia Shared As Goa" (en ভাষাত). www.boomlive.in. 20 July 2020. https://www.boomlive.in/fake-news/video-of-landslide-in-indonesia-shared-as-goa-8954. 
  7. "FTA Channels". TRAI. https://trai.gov.in/sites/default/files/FTA_channel.pdf। আহৰণ কৰা হৈছে: 15 June 2023. 
  8. Pandey, Gyan Prakash (2013) (en ভাষাত). Press in the North-East. Publications Division, Ministry of Information and Broadcasting, Government of India. পৃষ্ঠা. 44. ISBN 978-81-230-1840-9. https://books.google.com/books?id=DWO0sCFW4OwC&q=DY365+launched. 
  9. Buck, Ralph; Snook, Barbara; Nath, Debarshi Prasad (18 July 2023) (en ভাষাত). Reflections of Dance along the Brahmaputra: Celebrating Dance in North East India. Taylor & Francis. ISBN 978-1-000-90148-1. https://books.google.com/books?id=1vTEEAAAQBAJ&dq=DY365+launched&pg=PT125. 
  10. "G-Sat 30 at 83.0°E - LyngSat". https://www.lyngsat.com/G-Sat-30.html. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]