জোনাক Jonack
|
| উদ্বোধন
|
১ জানুৱাৰী ২০১৬
|
| গৰাকী
|
ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড
|
| দৃশ্য ফৰমেট
|
৪:৩ (576p, SDTV)
|
| শ্ল'গান
|
দা ষ্টৰী টেলাৰ
|
| দেশ
|
ভাৰত
|
| ভাষা
|
অসমীয়া ভাষা
|
| সম্প্ৰচাৰৰ অঞ্চল
|
ভাৰত আৰু গোটেই পৃথিৱী
|
| মুখ্য কাৰ্যালয়
|
গুৱাহাটী, অসম, ভাৰত
|
| ভগ্নী কেন্দ্ৰসমূহ
|
ডিৱাই ৩৬৫
|
| ৱেবছাইট
|
Jonack.in
|
| উপলদ্ধতা
|
| কৃত্ৰিম উপগ্ৰহ
|
| এয়াৰটেল ডিজিটেল টিভি (ভাৰত)
|
চেনেল ৩৩৪
|
| টাটা স্কাই (ভাৰত)
|
চেনেল ১৯৬১
|
| ডিছ টিভি (ভাৰত)
|
চেনেল ১৫১১
|
| ভিডিঅ'কন ডিটুএইছ (ভাৰত)
|
চেনেল ৮৪৫
|
জোনাক অসমীয়া ভাষাৰ মনোৰঞ্জনমূলক দূৰদৰ্শন কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। ২০১৬ চনৰ ১ জানুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে ইয়াৰ প্ৰচাৰণ আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠান প্ৰচাৰিত হয়। ইয়াৰ ভগ্নী চেনেল হ'ল ডিৱাই ৩৬৫।[1]
| অনুষ্ঠান
|
দিন
|
সময়
|
| মৰমৰ পত্নী
|
সোমবাৰ - শুক্ৰবাৰ
|
ৰাতি ৮ বজাত
|
| হেল্ল বছ
|
ৰাতি ৮ বাজি ৩০ মিনিট
|
| অনামিকা
|
ৰাতি ৯ বজাত
|
| অৰ্ধ অকাশ
|
ৰাতি ৯ বাজি ৩০ মিনিটত
|
| ঘৰ জোঁৱাই
|
ৰাতি ১০ বজাত
|
- মায়াবিনীৰ মৰম
- ভোজন বিহাৰ
- এজাক সপোন যেন বৰষুণ
|
|---|
| | বাতৰি চেনেল | |
|---|
| | বিনোদন চেনেল | |
|---|
| | সংগীত চেনেল | |
|---|
| | চলচ্চিত্ৰ চেনেল | |
|---|
|