সমললৈ যাওক

আছাম টক্‌ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Assam Talks
গৰাকী Rockland Media and Communication Pvt Ltd
শ্ল'গান শুদ্ধ খবৰ, শুদ্ধ চিঞৰ
দেশ India
ভাষা Assamese
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ৱেবছাইট www.assamtalks.in

আছাম টক্‌ছ এটা অসমীয়া ভাষাৰ সংবাদভিত্তিক টিভি চেনেল, যাৰ মালিক ৰ'কলেণ্ড মিডিয়া এণ্ড কমিউনিকেশ্বন প্ৰাইভেট লিমিটেড। [1]


চেনেলটো ২০১৫ চনৰ ২ মে'ৰ পৰা আৰম্ভ হয়।

অনুষ্ঠান সমূহ

[সম্পাদনা কৰক]
  • প্ৰাইম ডেইলি
  • ৰেকৰ্ড কেৱল ৰেকৰ্ড
  • অফবিট
  • ৰেপিড ফায়াৰ ব্ৰেকফ্ৰি
  • শাৰ্প কাট উইথ ৰুবুল দাস

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]