সমললৈ যাওক

বাৰ্তা:জোনাক (দূৰদৰ্শন কেন্দ্ৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 8 বছৰৰ পূৰ্বে by অজয় দাস in topic কেন্দ্ৰ

কেন্দ্ৰ

[সম্পাদনা কৰক]

Channel-ৰ প্ৰতিশব্দ হিচাপে "কেন্দ্ৰ"টো খাপ খোৱা নাই। "দূৰদৰ্শন কেন্দ্ৰ" বুলিলে TV centre হে আগৰেপৰা বুজোঁ। ভাল প্ৰতিশব্দ নাপালে মোৰ মতে "চেনেল" বুলি ৰখাই শ্ৰেয়। আন পৃষ্ঠা দুটামানৰো নাম তেতিয়া সলাব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 11:04, 11 August 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

হয়। ঠিকেই কৈছে। মই ৰং(দূৰদৰ্শন কেন্দ্ৰ) পৃষ্ঠাখনৰ আৰ্হিত নামটো তেনেকৈ ৰাখিছিলোঁ।-অজয় দাস (বাৰ্তা) 15:43, 11 August 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক