অনুৰাধা (ধাৰাবাহিক)
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| অনুৰাধা | |
|---|---|
| শৈলী | ড্ৰামা |
| পৰিচালক | ৰাজেশ ভূঞা |
| অভিনয়ত | মুনমী ফুকন জুবিন গাৰ্গ উৎপল দাস জুবলী বৰুৱা নীল দাস |
| শীৰ্ষ সংগীত | জুবিন গাৰ্গৰ "অনুৰাধা" |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
| চিজনৰ সংখ্যা | ১ |
| প্ৰযোজনা | |
| কেমেৰাৰ ছেটআপ | ছিংগল কেমেৰা |
| ষ্টুডিঅ’ | এন কে প্ৰডাকচন |
| সম্প্ৰচাৰ | |
| মূল ছেনেল | ৰং |
| দৃশ্যৰ ফৰমেট | ৪৮০i (৪:৩ SDTV) |
অনুৰাধা হৈছে ৰং চেনেল যোগে সম্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত আৰু ৰাজেশ ভূঞা পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে মুনমী ফুকনে। অন্যান্য অভিনেতা সকল হৈছে জুবিন গাৰ্গ, উৎপল দাস, জুবলী বৰুৱা, নীল দাস, ইত্যাদি। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি। ইয়াৰ কাহিনী , চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল পঙ্কজ জ্যোতি ভূঞাই।
অভিনয়ত
[সম্পাদনা কৰক]- মুনমী ফুকন - অনুৰাধা
- জুবিন গাৰ্গ - অনিৰুদ্ধ
- উৎপল দাস - সমীৰ
- জুবলী বৰুৱা - মৌচুমী
- নীল দাস - উৎপল
সংগীত
[সম্পাদনা কৰক]ধাৰাবাহিকখনৰ শীৰ্ষক সংগীতো দিয়ে জুবিন গাৰ্গে। "অনুৰাধা" শীৰ্ষক এই গীতটোৱ শ্ৰোতাৰ মাজত অতি জনপ্ৰিয় হৈ পৰে। পাছত গীতটো জুবিন গাৰ্গৰ এলবাম বাঁহীত অন্তৰ্ভূক্ত কৰা হয়।