দুৰ্জন (চলচ্চিত্ৰ)
(দুৰ্জন (২০১৩ চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
দুৰ্জন | |
---|---|
![]() 'দুৰ্জন'ৰ প’ষ্টাৰ | |
পৰিচালক | মৌপ্ৰাণ শৰ্মা |
প্ৰযোজক | গুনীন বসুমতাৰী |
চিত্ৰনাট্য | লিজা পেগু মৌপ্ৰাণ শৰ্মা |
অভিনয়ত | উৎপল দাস অনন্যা পৰাশৰ গুনীন বসুমতাৰী |
সংগীত পৰিচালক | বিষ্ণু কলিতা |
চিত্ৰগ্ৰহণকাৰী | বেদদ্যুতি দত্ত |
ষ্টুডিঅ’ | আহৰণ ফিল্মছ |
মুক্তি | ২৫ অক্টোবৰ, ২০১৩ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
দুৰ্জন (ইংৰাজী: Durjon) ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আহৰণ ফিল্মছৰ বেনাৰত গুনীন বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৌপ্ৰাণ শৰ্মায়ে।
অভিনয়-শিল্পী[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]