দুৰ্জন (চলচ্চিত্ৰ)
অৱয়ব
| দুৰ্জন | |
|---|---|
'দুৰ্জন'ৰ প’ষ্টাৰ | |
| পৰিচালক | মৌপ্ৰাণ শৰ্মা |
| চিত্ৰনাট্য | লিজা পেগু মৌপ্ৰাণ শৰ্মা |
| প্ৰযোজক | গুনীন বসুমতাৰী |
| অভিনয়ত | উৎপল দাস অনন্যা পৰাশৰ গুনীন বসুমতাৰী |
| চিত্ৰগ্ৰহণকাৰী | বেদদ্যুতি দত্ত |
| সংগীত পৰিচালক | বিষ্ণু কলিতা |
প্ৰযোজনা কোম্পানী |
আহৰণ ফিল্মছ |
মুক্তি |
২৫ অক্টোবৰ, ২০১৩ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
দুৰ্জন (ইংৰাজী: Durjon) ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আহৰণ ফিল্মছৰ বেনাৰত গুনীন বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৌপ্ৰাণ শৰ্মায়ে।
অভিনয়-শিল্পী
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||