১ মাৰ্চ
Jump to navigation
Jump to search
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২১ |
গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬০তম (অধিবৰ্ষত ৬১তম) দিন।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৪৯৮ - ভাস্কো দা গামাই মোজাম্বিক আবিষ্কাৰ কৰে।
- ১৮১১ - মামলুকক পৰাস্ত কৰি মোহাম্মাদ আলীৰ মিছৰৰ ক্ষমতাৰোহন।
- ১৮১৫ - এলবা দ্বীপৰ পৰা পলায়নৰ পিছত নেপোলিয়ন বোনাপাৰ্টৰ ১০০ দিনৰ শাসনকাল আৰম্ভ হয়।
- ১৮১৯ - শ্ৰীৰামপুৰত ৱিলিয়াম কেৰি, জুছোৱা মাৰ্ছমেন আৰু ৱিলিয়াম ইয়াৰ্ডে “বেংক অফ শ্ৰীৰামপুৰ” প্ৰতিষ্ঠা কৰে।
- ১৮৪৮ - ভাৰতত ভূমিকম্পত ১ হাজাৰ জনৰ প্ৰাণহানি।
- ১৯০১ - অষ্ট্ৰেলিয়ান সেনাবাহিনী গঠিত হয়।
- ১৯০৭ - ভাৰতত সৰ্বপ্ৰথম তীখাৰ কাৰখানা প্ৰতিষ্ঠিত হয়।
- ১৯১২ - এলবাৰ্ট বেৰী প্ৰথম বিমানৰ পৰা পেৰাছুটৰ সহায়ত নামে।
- ১৯১৪ - চীনে আন্তৰ্জাতিক পোষ্টেল ইউনিয়নত যোগদান কৰে।
- ১৯১৯ - কোৰিয়াৰ জাতীয় মুক্তি আন্দোলনৰ সূত্ৰপাত।
- ১৯৪৯ - ৰাছিয়ান বিমান দুৰ্ঘটনাত ৩৮৫ জন নিহত।
- ১৯৭১ - স্বাধীন বাংলা ছাত্ৰ সংগ্ৰাম পৰিষদ গঠিত হয়।
- ১৯৭১ - ইয়াহিয়া খান কৰ্তৃক পাকিস্তান জাতীয় পৰিষদৰ অধিবেশন অনিৰ্দিষ্ঠকাললৈ স্থগিত ঘোষণা।
- ১৯৮৫ - বাংলাদেশৰ জেনেৰেল এৰছাদৰ ৰাজনৈতিক তৎপৰতা নিষিদ্ধ ঘোষণা।
- ১৯৯০ - লিথুনিয়াই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৯৭ - বাংলাদেশত প্ৰথম টেলিফোন বেংকিং সেৱা আৰম্ভ হয়।
জন্ম[সম্পাদনা কৰক]
- ১৬১১ - জন পেল, যুক্তৰাজ্য। ইংৰাজ বীজগণিতবিদ, জ্যামিতিজ্ঞ আৰু জোতিৰ্বিদ।
- ১৮৬১ - অক্ষয়কুমাৰ মৈত্ৰেয়, বাংলা ইতিহাসবিদ।
- ১৮৯২ - ৰিয়ুনোচুকি অকুতাগাৱা, জাপানৰ বিশিষ্ট সাহিত্যিক আৰু চুটি গল্পৰ জনক।
- ১৯৩১ - লামবেৰ্তো দিনি, ইটালীৰ ৰাজনীতিবিদ আৰু প্ৰধানমন্ত্ৰী।
- ১৯৫৬ - ডালিয়া গ্ৰাইবস্কেইট, লিথুয়ানিয়াৰ প্ৰখ্যাত ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰপতি।
- ১৯৪৬- প্ৰবীৰ ঘোষ। যুক্তিবাদী।
মৃত্যু[সম্পাদনা কৰক]
- ১৯১১ - য়াকুবছ হেনৰিকুছ ফাণ্ট হফ, ডাচ জৈৱ ৰসায়নবিদ, ৰসায়নত প্ৰথম ন'বেল পুৰস্কাৰ বিজয়ী।
- ১৯২৪ - গোপীনাথ সাহা, ব্ৰিটিশ বিৰোধী স্বাধীনতা আন্দোলন বাংলা বিপ্লৱী তথা ছহীদ।
- ১৯৪৩ - আলেকজেণ্ডাৰ ইৰছিন, ফ্ৰান্স-ছুইছ চিকিৎসক।
- ১৯৮৯ - বসন্তদাদা পাটিল, মহাৰাষ্ট্ৰৰ ৬ষ্ঠ মুখ্যমন্ত্ৰী তথা ১০ম গভৰ্ণৰ।
- ১৯৯৫ - জৰ্জেছ জে. এফ. কোহলাৰ, জাৰ্মান জীৱবিজ্ঞানী, চিকিত্সাবিজ্ঞানত ন'বেল পুৰস্কাৰ বিজয়ী।
ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]
- বীৰ দিৱস - পাৰাগুৱে।
- স্বাধীনতা দিৱস - বছনিয়া আৰু হাৰ্জেগোভিনা।
- ১ মাৰ্চ গণ আন্দোলন দিৱস - দক্ষিণ কোৰিয়া।
- বিশ্ব লোক প্ৰতিৰক্ষা দিৱস - আন্তৰ্জাতিক।
- আন্তৰ্জাতিক যুক্তিবাদী দিৱস
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|