নেপোলিয়ন বোনাপাৰ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নেপোলিয়ন বোনাপাৰ্ট
Full length portrait of Napoleon in his forties, in high-ranking white and dark blue military dress uniform. He stands amid rich 18th century furniture laden with papers, and gazes at the viewer. His hair is Brutus style, cropped close but with a short fringe in front, and his right hand is tucked in his waistcoat.
ফৰাচী সম্ৰাট
ৰাজত্ব 18 May 1804 – 11 April 1814
20 March 1815 – 22 June 1815
france 2 December 1804
পূৰ্বসূৰী None (himself as First Consul of the French First Republic; previous ruling monarch was Louis XVI)
উত্তৰসূৰী Louis XVIII (de jure in 1814)
King of Italy
ৰাজত্বকাল 17 March 1805 – 11 April 1814
অভিষেক 26 May 1805
পূৰ্বসূৰী None (himself as President of the Italian Republic; previous ruling monarch was Emperor Charles V)
উত্তৰসূৰী None (kingdom disbanded, next king of Italy was Victor Emmanuel II)
দাম্পত্য সঙ্গী Joséphine de Beauharnais
Marie Louise of Austria
সন্তান
Napoleon II
সম্পূৰ্ণ নাম
Napoleon Bonaparte
বাসগৃহ House of Bonaparte
মাতৃ Letizia Ramolino
পিতৃ Carlo Buonaparte
সমাধিস্থল Les Invalides, Paris, France
স্বাক্ষৰ
ধৰ্ম Roman Catholicism (see Napoleon and religions)

নেপোলিয়ন বোনাপাৰ্ট (ফৰাচী: Napoléon Bonaparte), (জন্ম:১৫ আগষ্ট, ১৭৬৯; এজাক্সিউ, কৰচিকা, মৃত্যু:৫ মে’, ১৮২১; ছেইণ্ট হেলেনা) ফৰাচী বিপ্লৱৰ সময়ৰ এজন জেনাৰেল। তেওঁ ফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল (First Consul) আছিল। তেওঁ নেপোলিয়ন ১ নামেৰে ১১ নৱেম্বৰ, ১৭৯৯ৰ পৰা ৬ এপ্ৰিল ১৮১৪ পৰ্যন্ত ফ্ৰান্সৰ সম্ৰাট আছিল আৰু পুনৰায় ১৮১৫ চনৰ ২০ মাৰ্চৰ পৰা ২২ জুন পৰ্যন্ত অলপ সময়ৰ বাবে ফ্ৰান্সৰ সম্ৰাট আছিল। পৰৱৰ্তী সময়ত তেওঁ ইটালীৰ দেশৰ ৰজা হৈছিল।

তেখেতৰ নেতৃত্বত ফৰাচী সেনাবাহিনী এক দশকৰো অধিক সময় সকলো ইউৰোপীয় শক্তিৰ সৈতে যুদ্ধত অৱতীৰ্ণ হয় আৰু তেওঁ ইউৰোপৰ অধিকাংশ অঞ্চল নিজ আয়ত্তলৈ আনে। ১৮১২ চনত সংগঠিত বিপৰ্যয়কাৰী ৰাছিয়া আগ্ৰাসন একটি যুগঃসন্ধিক্ষণ হিচাপে বিবেচিত হয়। ৰাছিয়া আগ্ৰাসন আৰু ১৮১৩ চনত লিপজিগৰ পৰাজয়ৰ পাছত ষষ্ঠ কোয়ালিচনে ফ্ৰান্সত আগ্ৰাসন চলায় আৰু ইয়াৰ ফলস্বৰূপে নেপোলিয়ন ১৮১৪ৰ এপ্ৰিলত পশ্চাৎপসাৰণ কৰিবলৈ বাধ্য হয়। কিছুদিন পাছত নেপোলিয়নে এটা অভিযান চলায় যিটো হাণ্ড্ৰেড ডেচ নামে পৰিচিত। কিন্তু নেপোলিয়ন ১৮১৫ চনৰ ১৮ জুন ৱাটাৰ্লু যুদ্ধত পৰাজিত হয়। নেপোলিয়নে তেখেতৰ জীৱনৰ বাকী ৬ বছৰ ব্ৰিটিচসকলৰ তত্ত্বাবধানত আটলাণ্টিক মহাসাগৰৰ দ্বীপ ছেইণ্ট হেলেনাত কটায়। তেখেতক ইতিহাসৰ সবাতোকৈ চৰ্চিত ৰাজনীতিজ্ঞ আৰু সেনাধ্যক্ষসকলৰ মাজত উল্লেখযোগ্য হিচাপে বিবেচনা কৰা হয়[1]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Charles Messenger, ed. (2001). Reader's Guide to Military History. Routledge. পৃষ্ঠা. 391–427. ISBN 9781135959708. http://books.google.com/books?id=VT7fAQAAQBAJ&pg=PA391. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]