২৯ মে'
Jump to navigation
Jump to search
[[]] | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২১ |
২৯ মে' (ইংৰাজী: 29 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৯তম (অধিবৰ্ষত ১৫০তম) দিন। বছৰ শেষ হ'বলৈ ২১৬ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৩২৮ - পঞ্চম ফিলিপে ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰে।
- ১৪৫৩ - কনষ্টাণ্টিনোপল বিজয়: ছুলতান দ্বিতীয় মুহাম্মদৰ নেতৃত্বত উছমানী সেনাই ৫৩ দিন অবৰোধৰ পাছত বাইজেণ্টাইন ৰাজধানী কনষ্টাণ্টিনোপল জয় কৰে আৰু বাইজেণ্টাইন সাম্ৰাজ্যৰ সমাপ্তি ঘটে।
- ১৭২৭ - দ্বিতীয় পিটাৰ ৰাছিয়াৰ জাৰ হয়।
- ১৯৫৩ - তেনজিং নৰগে আৰু এণ্ডমান হিলাৰীয়ে যৌথভাবে পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ মাউণ্ট এভাৰেষ্ট জয় কৰে। দুয়োজনৰ ভিতৰত তেনজিং নৰগে প্ৰথমে শৃঙ্গত উঠিছিল।
- ১৯৬৮- মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবে ইউৰোপীয়ান কাপ জয় কৰে।
জন্ম[সম্পাদনা কৰক]
- ১৮৬৩ - আৰ্থাৰ মোল্ড, ইংৰাজ ক্ৰিকেট খেলুৱৈ।
- ১৮৬৮ - দ্বিতীয় আব্দুল মজিদ, সৰ্বশেষ উছমানীয় খলিফা।
- ১৯১৭ - জন এফ. কেনেডি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৫তম ৰাষ্ট্ৰপতি।
- ১৯২৯ - দ্বিজেন শৰ্মা, বাংলাদেশী প্ৰকৃতিবিদ।
- ১৯৪১ - অৰুণাভ চৰকাৰ, বাংলাদেশী কবি, কলাম লেখক, সাহিত্য সম্পাদক আৰু মুক্তিযোদ্ধা। (মৃত্যু ২০১৪ চন)
মৃত্যু[সম্পাদনা কৰক]
- ১৯৭৭ - সুনীতিকুমাৰ চট্টোপাধ্যায়, বঙালী ভাষাতাত্ত্বিক পণ্ডিত, সাহিত্যিক আৰু শিক্ষাবিদ।
- ১৯৭৯ - মেৰী পিকফোৰ্ড, কানাডীয়-আমেৰিকান চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। (জন্ম ১৮৯২ চন)
- ২০০৪ - আঞ্জুমান আৰা বেগম, একুছে পদক বিজয়ী বাংলাদেশী সঙ্গীতশিল্পী। (জন্ম ১৯৪২ চন)
দিৱস আৰু অন্যান্য[সম্পাদনা কৰক]
- মূলগাভৰু দিৱস (ইংৰাজী: Nang Mula Day) অসমত প্ৰতি বছৰে ২৯ মে' তাৰিখে মূলগাভৰু দিৱস পালন কৰা হয়
- সেনাবাহিনী দিৱস (আৰ্জেণ্টিনা)
- আন্তৰ্জাতিক জাতিসংঘ শান্তিৰক্ষী দিৱস[1]
বহিঃসংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৯ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচিত আজিৰ দিনটো (ইংৰাজী)
- দি নিউইয়ৰ্ক টাইমছত আজিৰ দিনটো (ইংৰাজী)
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|