১৩ জুলাই
Jump to navigation
Jump to search
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
১৩ জুলাই (ইংৰাজী: 13 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৪তম (অধিবৰ্ষত ১৯৫তম) দিন। বছৰ শেষ হ'বলৈ ১৭১ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- ১৯৩৯ চনৰ আজিৰ দিনটোত ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট প্ৰযোজক তথা পৰিচালক প্ৰকাশ মেহৰাৰ জন্ম হয় (মৃত্যু - ২০০৯)।
মৃত্যু[সম্পাদনা কৰক]
- ১৮১২ চনৰ আজিৰ দিনটোত বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ হেইনৰিখ লুই দা অৰেষ্টৰ মৃত্যু হয়। নেপচুন গ্ৰহৰ সন্ধান পোৱা তেৱেঁই প্ৰথম ব্যক্তি।
- ১৯২১ চনৰ আজিৰ দিনটোত ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমানৰ মৃত্যু হয়। তেওঁ ১৯০৮ চনত পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯৯৫ চনৰ আজিৰ দিনটোত সাহিত্যিক, ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা আশাপূৰ্ণা দেৱীৰ মৃত্যু হয়।
অনান্য[সম্পাদনা কৰক]
- ২০১২ চনৰ আজিৰ দিনটোতে গুৱাহাটীত হোৱা যুৱতীৰ শালীনতা হানিৰ ঘটনাত দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে।
- ২০১১ চনৰ আজিৰ দিনটোতে মুম্বাইৰ তিনিটা স্থানত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ২৬ জন লোকৰ মৃত্যু হয় আৰু ১৩০ জন লোক আহত হয়।
- ২০১২ চনৰ আজিৰ দিনটোতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ৰূপে জগদীশ চেট্টাৰে শপত গ্ৰহণ কৰে।
- ১৯৭৭ চনত আজিৰ দিনতে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ।
- ২০০৫ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ সিন্ধু প্ৰদেশত সংঘটিত ৰে'ল দুৰ্ঘটনাত ৩০০ লোক নিহত হয় আৰু ১০০০ তকৈও অধিক লোক আহত হয়।
- ২০১২ চনৰ আজিৰ দিনটোতে ছিৰিয়াৰ হামা চহৰত সেনাবাহিনীৰ আক্ৰমণত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৩ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|