৬ ছেপ্টেম্বৰ (ইংৰাজী: 6 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৯তম (অধিবৰ্ষত ২৫০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৬টা দিন বাকী থাকে।
- ১৬২০ - ইছাবেলা লিয়নাৰ্দ, ইটালীয়ান সুৰকাৰ। ( মৃত্যু ১৭০৪)
- ১৭৩২ - জহান উইলকে, ছুইদিচ প্ৰকৃতি বিজ্ঞানী। (মৃত্যু ১৭৯৬)
- ১৭৬৬ - জন ডেল্টন, ইংৰাজ পদাৰ্থ, ৰসায়ন আৰু জলবায়ু বিজ্ঞানী, আণৱিক সূত্ৰ আৰু ডেল্টন সূত্ৰ বা আংশিক চাপৰ সূত্ৰৰ আৱিষ্কাৰক। (মৃত্যু: ২৭ জুলাই, ১৮৪৪)
- ১৮৬০ - জেন আডামছ, শান্তীৰ ন'বেল বিজয়ী (১৯৩১) আমেৰিকান সমাজকৰ্মী। (মৃত্য়ু: ২১ মে', ১৯৩৫)
- ১৮৮৯ - শৰৎ চন্দ্ৰ বসু, স্বাধীনতা সংগ্ৰামী। (মৃত্য়ু ২০ ফেব্ৰুৱাৰী, ১৯৫০)
- ১৯০৮ - এন্থনি ৱেগনাৰ, অস্ত্ৰৰ ইংৰাজী অধিকাৰি। (মৃত্যু ১৯৯৫)
- ১৯১১ - হেৰি ডানিং, আমেৰিকান বেছবল খেলুৱৈ। (মৃত্যু ২০০৪)
- ১৯১৭ - জৰ্জ মান, ইংৰাজ ক্ৰিকেটাৰ। (মৃত্যু ২০০১)
- ১৯২৪ - জন মৰ্লচাৰ, আমেৰিকান ৰাজনীতিবিদ। (মৃত্যু ১৯২৪)
- ১৯২৮ - ছিদ ৱাটকিনচ্, ইংৰাজী নিউৰ'চাৰ্জেন। (মৃত্যু ২০১২)
- ১৯২৯ - যশ জহাৰ, ভাৰতীয় বোলছবি প্ৰযোজক আৰু ধৰ্মা প্ৰডাকচনৰ প্ৰতিষ্ঠাতা। (মৃত্যু ২০০৫)
- ১৯৪৩ - মহানন্দ মজিন্দাৰ বৰুৱা, অসমৰ কণ্ঠশিল্পী।
- ১৯৪৫ - গ' নাগায়, জাপানীজ লেখক আৰু অঙ্কনশিল্পী।
- ১৯৬৩ - পেট নেভিন, স্কটিছ ফুটবলাৰ।
- ১৯৫৬ - লি জাং চ'ব, কোৰিয়ান পেইণ্টাৰ বা চিত্ৰকৰ। (জন্ম ১৯১৬)
- ১৯৭২ - ওস্তাদ আলাউদ্দিন খান, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। (জন্ম ১৮৬২)
- ১৯৯৮ - আকিৰা কুৰোছাৱা, জপানীজ বোলছবি নিৰ্মাতা। (জন্ম: ২৩ মাৰ্চ, ১৯১০)
- ১৯৯৭ - পি এইচ নিউবে, ইংৰাজী লেখক। (জন্ম ১৯১৮)
- ২০০৫ - মেজৰ ধন সিং থাপা, পৰমবীৰ চক্ৰ বিজেতা সৈনিক। (জন্ম: ১০ এপ্ৰিল, ১৯২৮)
- ২০০৮ - অনিতা পেজ, আমেৰিকান অভিনেত্ৰী। (জন্ম ১৯১০)
- ২০১২ - আৰ্ট মডেল, আমেৰিকান ব্যৱসায়ী। (জন্ম ১৯২৫)
- ২০১৯ - ৰবাৰ্ট মুগাবে, জিম্বাবুৱেৰ প্ৰাক্তন ৰাষ্টপতি আৰু বিপ্লৱী নেতা। (জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯২৪)
- ↑ "6th September 1990: Prasar Bharti Bill is passed in Parliament". Maps of India. https://www.mapsofindia.com/on-this-day/6th-september-1990-prasar-bharti-bill-is-passed-in-parliament.