১০ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪  ২৫  ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

১০ মে' (ইংৰাজী: 10 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰ শেষ হ'বলৈ ২৩৬ দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯০১- বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে।
  • ১৯৮১- মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়।
  • ১৯৯৪- আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৭৭- গিৰিধৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
  • ১৯৯৮- কাঞ্চন বৰুৱা, অসমীয়া ঔপন্যাসিক।
  • ২০০২- কাইফি আজমী, উৰ্দু কবি।
  • ২০২২ - প্ৰখ্যাত সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মা ।

দিৱস[সম্পাদনা কৰক]

  • বিশ্ব পৰিভ্ৰমী তথা প্ৰৱজনকাৰী পক্ষী দিৱস।
  • ইজৰাইলৰ জাতীয় দিৱস।