১৩ জুন
Jump to navigation
Jump to search
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | |||
২০২১ |
১৩ জুন (ইংৰাজী: 13 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৪তম (অধিবৰ্ষত ১৬৫তম) দিন। বছৰ শেষ হ'বলৈ ২০১ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
জন্ম[সম্পাদনা কৰক]
- ১। অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা মিত্ৰদেৱ মহন্ত অধিকাৰী (চমুকৈ, মিত্ৰদেৱ মহন্ত)ৰ জন্ম হৈছিল ১৮৯৪ চনৰ আজিৰ দিনটোতে।
- ২। আজিৰ দিনটোত ১৭৭৩ চনত ইংৰাজ পদাৰ্থ বিজ্ঞানী টমাছ ইয়ঙৰ জন্ম হৈছিল।
- ৩। ১৮৬৫ চনত আজিৰ দিনটোত আইৰিছ কবি আৰু নাট্যকাৰ উইলিয়াম বাটলাৰ ইয়েটছৰ জন্ম হৈছিল।
- ৪। বিদ্যুৎ চুম্বকীয় তত্ত্বৰ প্ৰৱৰ্তক জেমচ্ ক্লাৰ্ক মেক্সৱেল-এ জন্ম লৈছিল ১৮৩১ বৰ্ষৰ আজিৰ দিনটোতে।
অনান্য[সম্পাদনা কৰক]
- ১। ১২৯০ চনৰ আজিৰ দিনটোত জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল।
- ২। আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰ জগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল ১৯৮৩ বৰ্ষৰ আজিৰ দিনটোতে।
দিৱস[সম্পাদনা কৰক]
সম্ৰাট আলেকজেণ্ডাৰৰ স্মৃতি দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৩ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|