১৩ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০  

১৩ জুন (ইংৰাজী: 13 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৪তম (অধিবৰ্ষত ১৬৫তম) দিন। বছৰ শেষ হ'বলৈ ২০১ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

জন্ম[সম্পাদনা কৰক]

অনান্য[সম্পাদনা কৰক]

  • ১। ১২৯০ চনৰ আজিৰ দিনটোত জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল।
  • ২। আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰ জগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল ১৯৮৩ বৰ্ষৰ আজিৰ দিনটোতে।

দিৱস[সম্পাদনা কৰক]

সম্ৰাট আলেকজেণ্ডাৰৰ স্মৃতি দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]