২ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

২ ফেব্ৰুৱাৰী (ইংৰাজী: 2 February) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪টা দিন (অধিবৰ্ষত ৩৩৫টা দিন) বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮১৪ - কলকাতাত ভাৰতীয় সংগ্ৰহালয় (ইণ্ডিয়ান মিউজিয়াম) প্ৰতিষ্ঠিত হয়।
  • ১৮১৭ - শিক্ষা আৰু খ্ৰিষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্ৰথম শাখা কলকাতাত স্থাপিত হয়।
  • ১৯৮৯ - সত্যজিৎ ৰায়ক ফ্ৰান্সৰ সৰ্ব্বোচ্চ সন্মান "লিজিয়ন অফ অনাৰ" প্ৰদান কৰা হয়।
  • ১৯৩৫ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত প্ৰথম সাক্ষী আৰু প্ৰমাণ হিচাপে আলোকচিত্ৰ অনুমোদিত হয়।
  • ১৯১৩ - নিউয়ৰ্ক চহৰৰ 'গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল' মুকলি কৰা হয়।
  • ১৯৪৩ - দ্বিতীয় ষ্টেলিন গ্ৰাডৰ যুদ্ধ সমাপ্ত হয়। জাৰ্মান সেনাই ছোভিয়েটৰ ওচৰত আত্মসমৰ্পণ কৰে।
  • ১৯৫৭ - ইস্কান্দৰ মিৰ্জাই গুড্ডু বেৰেজৰ আধাৰশিলা স্থাপন কৰে।
  • ১৯২২ - জেমছ জয়েছৰ "ইউলিচিছ" প্ৰকাশিত হয়।
  • ১৯৫৯ - শিশিৰ কুমাৰ ভাদুৰীয়ে ভাৰত চৰকাৰে প্ৰদান কৰা "পদ্মভূষণ" বঁটা নাকচ কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]