১৯ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

১৯ মে' (ইংৰাজী: 19 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৯তম (অধিবৰ্ষত ১৪০তম) দিন। বছৰ শেষ হ'বলৈ ২২৬ দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৪০ - ৰাষ্ট্ৰীয় মিল নামৰ প্ৰসিদ্ধ শ্ৰমিক সংংগঠনটোৰ জন্ম হয়।
  • ১৯৭১ - মঙ্গল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ-২ ৰ উপেক্ষণ কৰা হয়।
  • ১৯৭৫ - টকিঅ'ৰ মাৰুনাউচিৰ মিটচোপবিছি হেভি ইণ্ডষ্টিজৰ মুখ্য কাৰ্যালয়ত হোৱা ভয়ংকৰ বিস্ফোৰণৰ (৩০ আগষ্ট, ১৯৭৪) ঘটনাত জড়িত থকাৰ সন্দেহত জাপানৰ কৰ্তৃপক্ষই আঠগৰাকী বাওঁপন্থী সংগ্ৰামীক আটক কৰিছিল।
  • ১৯৯৯ - কাৰ্গিল আৰু ড্ৰাছত ৪০০ পাক অনুপ্ৰৱেশকাৰী সেনাকসীমান্তৰপৰা বহিষ্কৰণ কৰা হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৮৯০ - ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা তথা উত্তৰ ভিয়েটনামৰ প্ৰথম ৰাষ্টপতি হো-চি-মিনৰ জন্ম।
  • ১৯০৪ - টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী টিছকোৰ প্ৰতিষ্ঠাতা জামছেদজী এন টাটাৰ জন্ম হয়।
  • ১৯১৩ - ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰোড্ডীৰ জন্ম হয়।

মৃত্যু[সম্পাদনা কৰক]

  • ১৫৩৫ - ব্যভিচাৰ অভিযোগত অভিযুক্ত ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ পত্নী কেথিৰনক শিৰেচ্ছেদ কৰা হয়।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]



তথ্য়সূত্ৰ[সম্পাদনা কৰক]