১৯ মে'
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
১৯ মে' (ইংৰাজী: 19 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৯তম (অধিবৰ্ষত ১৪০তম) দিন। বছৰ শেষ হ'বলৈ ২২৬ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৯৪০ - ৰাষ্ট্ৰীয় মিল নামৰ প্ৰসিদ্ধ শ্ৰমিক সংংগঠনটোৰ জন্ম হয়।
- ১৯৭১ - মঙ্গল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ-২ ৰ উপেক্ষণ কৰা হয়।
- ১৯৭৫ - টকিঅ'ৰ মাৰুনাউচিৰ মিটচোপবিছি হেভি ইণ্ডষ্টিজৰ মুখ্য কাৰ্যালয়ত হোৱা ভয়ংকৰ বিস্ফোৰণৰ (৩০ আগষ্ট, ১৯৭৪) ঘটনাত জড়িত থকাৰ সন্দেহত জাপানৰ কৰ্তৃপক্ষই আঠগৰাকী বাওঁপন্থী সংগ্ৰামীক আটক কৰিছিল।
- ১৯৯৯ - কাৰ্গিল আৰু ড্ৰাছত ৪০০ পাক অনুপ্ৰৱেশকাৰী সেনাকসীমান্তৰপৰা বহিষ্কৰণ কৰা হয়।
জন্ম[সম্পাদনা কৰক]
- ১৮৯০ - ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা তথা উত্তৰ ভিয়েটনামৰ প্ৰথম ৰাষ্টপতি হো-চি-মিনৰ জন্ম।
- ১৯০৪ - টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী টিছকোৰ প্ৰতিষ্ঠাতা জামছেদজী এন টাটাৰ জন্ম হয়।
- ১৯১৩ - ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰোড্ডীৰ জন্ম হয়।
মৃত্যু[সম্পাদনা কৰক]
- ১৫৩৫ - ব্যভিচাৰ অভিযোগত অভিযুক্ত ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ পত্নী কেথিৰনক শিৰেচ্ছেদ কৰা হয়।
দিৱস[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৯ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|