সমললৈ যাওক

২ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

২ আগষ্ট (ইংৰাজী: 2 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৪তম (অধিবৰ্ষত ২১৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫১টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

উল্লেখযোগ্য ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮৩১ - নেডাৰলেণ্ডৰ সেনাই দহ দিনৰ বাবে বেলজিয়াম দখল কৰে।
  • ১৮৫৮ - ব্ৰিটিছ চৰকাৰে গবৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট প্ৰয়োগ কৰে।
  • ১৯৩৪ - হিটলাৰ জাৰ্মান সৈন্য় বাহিনীৰ মুখ্য় সেনাধিপতি হয়।
  • ১৯৬৬ - নাৰায়ণপুৰ মহাবিদ্যালয়ক মাধৱদেৱ মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।
  • ১৯৮৭ - বিশ্বনাথন আনন্দই জুনিয়ৰ ডবা চেম্পিয়নত জয়লাভ কৰে।
  • ১৯৯০ - ইৰাকে কুয়েটৰ ওপৰত আক্ৰমণ কৰে।
  • ১৯৯৯ - পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ গাইশালত নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছ আৰু উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ২৮৫ জন লোক নিহত আৰু ৩০০ জন আহত হৈছিল।
  • ২০২৪ - ১২১ কিঃমিঃ দৈৰ্ঘৰ গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন । প্ৰকল্প ব্যয় ৫,৭২৯ কোটি টকা।
  • ১৮৬১ - আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, ভাৰতীয় ৰসায়নবিদ আৰু শিক্ষাবিদ। (মৃত্যু ১৯৪৪)
  • ১৮৬৮ - গ্ৰীচৰ ৰজা কনষ্টেটাইন প্ৰথম জন্ম হৈছিল।
  • ১৮৭৬ - পিঙ্গলি ভেংকয়া, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু আধুনিক ভাৰতীয় জাতীয় পতাকাৰ জন্মদাতা।
  • ১৮৭৭ - বৰিশংকৰ শুক্লাৰ, ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ। (মৃত্যু ১৯৬৫)
  • ১৯২২ - উদ্যোগপতি গংগা প্ৰসাদ বিৰলাৰ জন্ম হৈছিল।
  • ১৯৩৩ - যতীন গোস্বামী, অসমীয়া নৃত্যশিল্পী আৰু নৃত্য পৰিচালক।
  • ১৯৫৯ - কীৰ্তি মেনন, দক্ষিণ আফ্ৰিকা জোহান্সবাৰ্গৰ এগৰাকী লেখিকা, কৰ্মী আৰু শিক্ষাবিদ।
  • ১৯৬৫ - ৰবাৰ্ট বিলট, আমেৰিকান পৰিৱেশ অধিবক্তা।
  • ১৯৭৯ - দেৱী শ্ৰী প্ৰসাদ, ভাৰতীয় সংগীত গীতিকাৰ, কণ্ঠশিল্পী আৰু পৰিচালক।
  • ১৯৯০ - অমৃতা সুৰেশ, ভাৰতীয় কণ্ঠশিল্পী, কম্পজাৰ, গীতিকাৰ আৰু ৰেডিঅ' জ'কি।
  • ১৮৫৯ - আমেৰিকাৰ শিক্ষাবিদ হ'ৰেচ মেন (ইংঃ Horace Mann)।
  • ১৯২২ - আলেকজেণ্ডাৰ গ্ৰাহাম বে'ল, স্কটিছ বিজ্ঞানী আৰু উদ্ভাবক।
  • ১৯৮০ - ৰামকিঙ্কৰ বেইজ, ভাৰতীয় বঙালী ভাস্কৰ্যশিল্পী।
  • ১৯৯৭ - উইলিয়াম এছ বাৰ’জ, আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক।
  • ২০১০ - কমল কাপুৰ ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা ।
  • ২০২৪ - চন্দ্ৰশেখৰ ৰয় দৰং জিলাৰ‌ বিশিষ্ট ফটোগ্ৰাফাৰ, সংগীত শিল্পী ।
  • গণতন্ত্ৰ দিৱস (উত্তৰ মেচিডনিয়া)।
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ দ্বিতীয় দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]