২ আগষ্ট
Jump to navigation
Jump to search
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২১ |
২ আগষ্ট (ইংৰাজী: 2 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৪তম (অধিবৰ্ষত ২১৫তম) দিন। বছৰ শেষ হ'বলৈ ১৫১ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৮৬১ – ভাৰতীয় ৰসায়নবিদ আৰু শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ জন্ম হৈছিল। (মৃত্যু ১৯৪৪)
- ১৮৭৬ – ভাৰতৰ জাতীয় পতাকাৰ ডিজাইনাৰ পিংগলি ভেংকয়াৰ জন্ম হৈছিল।
- ১৮৭৭ – ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ বৰিশংকৰ শুক্লাৰ জন্ম হৈছিল। (মৃত্যু ১৯৬৫)
মৃত্যু[সম্পাদনা কৰক]
- ১৯২২ – আলেকজেণ্ডাৰ গ্ৰেহাম বেল, স্কটিছ বিজ্ঞানী আৰু উদ্ভাবক।
অনান্য[সম্পাদনা কৰক]
- ১৯৬৬ – নাৰায়ণপুৰ মহাবিদ্যালয়ক মাধৱদেৱ মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।
- ১৯৯৯ – অসমৰ গাইশাল ৰেল দুৰ্ঘটনাত ২৮৫ জন লোক নিহত হৈছিল।
দিৱস[সম্পাদনা কৰক]
- গণতন্ত্ৰ দিৱস (উত্তৰ মেচিডনিয়া)
|