আলেকজেণ্ডাৰ গ্ৰাহাম বেল
অৱয়ব
(আলেকজেণ্ডাৰ গ্ৰাহাম বে'লৰ পৰা পুনঃনিৰ্দেশিত)
আলেকজেণ্ডাৰ গ্ৰাহাম বেল | |
---|---|
![]() | |
জন্ম | ৩ মাৰ্চ ১৮৪৭ ইংলেণ্ডৰ এডিনবাৰ্গ |
মৃত্যু | ২ আগষ্ট ১৯২২ |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ |
উল্লেখযোগ্য বঁটা | #১৮৮৩ চনত নেচনেল অকাডেমী অৱ চাইন্সৰ সদস্য পদ লাভ।
|
আলেকজেণ্ডাৰ গ্ৰাহাম বেল (ইংৰাজী: Alexander Graham Bell) হৈছে বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁ টেলিফোন আৱিষ্কাৰ কৰিছিল।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]১৮৪৭ চনৰ ৩ মাৰ্চত ইংলেণ্ডৰ এডিনবাৰ্গ চহৰত আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ জন্ম হয়।[1]তেখেতৰ পিতৃৰ নাম আলেকজেণ্ডাৰ মেলভিল বেল আৰু মাতৃৰ নাম এলিজা গ্ৰেইস সাইমন্ডস বেল।
শিক্ষা
[সম্পাদনা কৰক]গ্ৰাহাম বেলে এডিনবাৰ্গ স্কুল আৰু পিছলৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত ইয়াতেই স্নাতক ডিগ্ৰী লাভ কৰি লণ্ডন বিশ্ববিদ্যালয়ত নাম লগায়।[2] শেষত জাৰ্মানীৰ উজবাৰ্গ বিশ্ববিদ্যালয় পৰা তেওঁ ডক্টৰেট উপাধি লাভ কৰে।[3]
চাকৰি জীৱন
[সম্পাদনা কৰক]উদ্ভাৱক আৰু বিজ্ঞানী হিচাপে তেওঁ কৰ্মজীৱন আগবঢ়ায়।
পৰিচিতৰ কাৰণ
[সম্পাদনা কৰক]প্ৰথম টেলিফোন আৱিষ্কাৰক হিচাপে খ্যাত। ১৮৭৬ চনৰ জানুৱাৰী মাহত গ্ৰাহাম বেলে টেলিফোন যন্ত্ৰ আবিষ্কাৰ কৰি উলিয়াই।[4]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ১৮৮৩ চনত নেচনেল একাডেমী অৱ চাইন্সৰ সদস্য পদ লাভ।
- ১৯০২ চনত আলবাৰ্ট মেডেল লাভ কৰে।
- ১৯১৪ চনত আইইই এডিসন মেডেল লাভ কৰে।
মৃত্যু
[সম্পাদনা কৰক]১৯২২ চনত দুই আগষ্ট তাৰিখে গ্ৰাহাম বেলৰ মৃত্যু হয়।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৪
- ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা:১৩৪
- ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৪
- ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৫
- ↑ বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৭