১৩ ডিচেম্বৰ
Jump to navigation
Jump to search
১৩ ডিচেম্বৰ (ইংৰাজী: 13 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪৭ তম (অধিবৰ্ষত ৩৪৮ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯৬২ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমটো ’ৰিলে’ উপগ্ৰহ উৎক্ষেপণ কৰা হয়।[1]
- ২০০৩ চনৰ আজিৰ দিনটোত য়শ চোপ্ৰাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰে।[1]
- ২০০০ চনৰ আজিৰ দিনটোত জৰ্জ ডব্লিউ বুশ্ব আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হয়।[1]
জন্ম[সম্পাদনা কৰক]
- ১৯০৩ চনৰ আজিৰ দিনটোতে সাহিত্যিক শিৱৰাম চক্তৱৰ্ত্তীৰ জন্ম হৈছিল।[1]
মৃত্যু[সম্পাদনা কৰক]
দিৱস[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৩ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|