গুজৰাটী ভাষা
| গুজৰাটী | |
|---|---|
| ગુજરાતી গুজৰাতী | |
| অঞ্চল | ভাৰত, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, তাঞ্জানিয়া, কেনিয়া, পাকিস্তান, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিজি, কানাডা |
স্থানীয় ভাষিক |
৪ কোটি ৬০ লাখ |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
| লিখন প্ৰণালী | গুজৰাটী লিপি |
| আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
গুজৰাট (ভাৰত) |
| ভাষা সংকেত | |
| ISO 639-1 | gu |
| ISO 639-2 | guj |
| ISO 639-3 | guj |
গুজৰাটী ভাষা (ইংৰাজী: Gujarati language; গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা। ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত। ২০১১ চনৰ হিচাপত গুজৰাটী ভাষা থলুৱা ভাষীৰ সংখ্যাৰ হিচাপত ভাৰতৰ ৬ নং সৰ্বাধিক কথিত ভাষা, ৫৫.৫ মিলিয়ন ভাষীয়ে এই ভাষাত কথা পাতে, যিটো মুঠ ভাৰতীয় জনসংখ্যাৰ প্ৰায় ৪.৫ শতাংশ।[1] ২০০৭ চনৰ হিচাপত ই বিশ্বৰ ২৬তম সৰ্বাধিক প্ৰচলিত ভাষা।[2] গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে।
লিখন পদ্ধতি
[সম্পাদনা কৰক]অন্যান্য নাগৰী লিখন পদ্ধতিৰ দৰেই গুজৰাটী লিপিও এটা আবুগিদা লিপি৷ ইয়াৰ দ্বাৰা গুজৰাটী আৰু কুট্চি ভাষা লিখা হয়। ই দেৱনাগৰী লিপিৰ এটা ভিন্নতা, আখৰবোৰৰ ওপৰত চলি থকা বৈশিষ্ট্যপূৰ্ণ অনুভূমিক ৰেখাডাল হেৰুৱাই আৰু বাকী থকা আখৰবোৰত কম সংখ্যক পৰিৱৰ্তনৰ দ্বাৰা পৃথক।
গুজৰাটী বৰ্ণ আৰু সংখ্যা
[সম্পাদনা কৰক]স্বৰবৰ্ণ
[সম্পাদনা কৰক]| અ | આ | ઇ | ઈ | ઉ | ઊ | ઋ |
|---|---|---|---|---|---|---|
| অ | আ | ই | ঈ | উ | ঊ | ঋ |
| એ | ઐ | ઍ | ઓ | ઔ | ઑ | |
| এ | ঐ | এ' | ও | ঔ | অ' |
ব্যঞ্জনবৰ্ণ
[সম্পাদনা কৰক]| ક | ખ | ગ | ઘ | ઙ | ચ | છ | જ | ઝ | ઞ |
|---|---|---|---|---|---|---|---|---|---|
| ক | খ | গ | ঘ | ঙ | চ | ছ | জ | ঝ | ঞ |
| ટ | ઠ | ડ | ઢ | ણ | ત | થ | દ | ધ | ન |
| ট | ঠ | ড | ঢ | ণ | ত | থ | দ | ধ | ন |
| પ | ફ | બ | ભ | મ | ય | ર | લ | વ | |
| প | ফ | ব | ভ | ম | য | ৰ | ল | ৱ | |
| શ | ષ | સ | હ | ળ | |||||
| শ | ষ | স | হ | ল্ |
সংখ্যা
[সম্পাদনা কৰক]| ૦ | ૧ | ૨ | ૩ | ૪ | ૫ | ૬ | ૭ | ૮ | ૯ |
|---|---|---|---|---|---|---|---|---|---|
| ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ গুজৰাটী ভাষাৰ সংস্কৰণ |
| ৱিকিগ্ৰন্থত
শিৰোনামৰ এখন কিতাপ আছে |
| Wikisource has the text of the 1911 Encyclopædia Britannica article Gujarati and Rajasthani. |
Gujarati ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
- Gujarati language at Encyclopædia Britannica
- Gujarati Online Dictionary & Language Resources
- Bharatiya Bhasha Jyoti: Gujarati—a textbook for learning Gujarati through Hindi from the Central Institute of Indian Languages.
- English to Gujarati Dictionary Archived 10 June 2016 at the Wayback Machine
- english to Gujarati translation
- Translate English to Gujarati Archived 2025-06-13 at the Wayback Machine
তথ্যসূত্ৰ
[সম্পাদনা কৰক]
| ||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||
- ↑ "Scheduled Languages in descending order of speaker's strength – 2011". Registrar General and Census Commissioner of India. http://www.censusindia.gov.in/2011Census/Language-2011/Statement-1.pdf.
- ↑ Mikael Parkvall, "Världens 100 största språk 2007" (The World's 100 Largest Languages in 2007), in Nationalencyklopedin. Asterisks mark the 2010 estimates Archived 2012-11-11 at the Wayback Machine for the top dozen languages.