সমললৈ যাওক

১৪ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১

১৪ অক্টোবৰ (ইংৰাজী: 14 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৭তম (অধিবৰ্ষত ২৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৮টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৯৮০ - শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰা হয়।
  • ১৯৯৮ - ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনলৈ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হয়।
  • ২০০১ - আফগানিস্তানত মাৰ্কিন আক্ৰমণৰ পৰিণতিত নাইজেৰিয়াত হোৱা গোষ্ঠীগত সংঘৰ্ষত প্ৰায় দুশ লোকৰ মৃত্যু হয়, অসংখ্য মছজিদ, গীৰ্জা ধ্বংস হয়।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]