১৭ মে'
অৱয়ব
| জুন | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | |
| ৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
| ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
| ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
| ২৮ | ২৯ | ৩০ | ||||
| ২০২৬ | ||||||
১ জুন (ইংৰাজী: 1 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৭তম (অধিবৰ্ষত ১৩৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৮টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৫৪০ - শ্বেৰশ্বাহে কনৌজৰ যুদ্ধত হুমায়ুনক পৰাজিত কৰে।
- ১৯৯৬ - সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক ৩৫ বছৰ বয়সত গুৱাহাটীৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।
- ২০০১ - তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
জন্ম
[সম্পাদনা কৰক]- ১৭৪৯ - এডৱাৰ্ড জেনাৰ, ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী, বৰআই ছিটা আৱিষ্কাৰৰ বাটকটীয়া। (মৃত্যু: ২৬/০১/১৮২৩)
- ১৯৩০ - কুমুদিনী লাখিয়া, ভাৰতীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক।
- ১৯৪০ - এলেন কে, আমেৰিকান কম্পিউটাৰ বিজ্ঞানী।
- ১৯৫৪ - বি. এছ. চন্দ্ৰশেখৰ, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৬৯ - মহাদেৱ ডেকা, অসমীয়া শৰীৰচৰ্চাবিদ।
- ১৯৮৫ - নুশ্ৰট ভাৰুচ্চা, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৭০ - ৰাধানাথ শিকদাৰ, ভাৰতীয় গণিতজ্ঞ , মাউন্ট এভাৰেষ্টৰ প্ৰথম উচ্চতা নিৰূপণকাৰী আৰু আৱিষ্কাৰক।(জন্মঃ ১৮১৩)
- ১৯৯৬ - পৰাগ কুমাৰ দাস, অসমীয়া সাংবাদিক, মানৱ অধিকাৰ কৰ্মী।
২০২১- ৰাণা গোস্বামী, প্ৰাক্তন বিধায়ক, ছয়গাঁও সমষ্টি
- ২০২৪ - থানেশ্বৰ বড়ো, অগপৰ প্ৰথম কাৰ্যকালত ৰাজহ মন্ত্ৰী আৰু পৰৱৰ্তী পৰ্যায়ত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ। হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান।
দিৱস
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ১৭ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||