২৪ আগষ্ট
Jump to navigation
Jump to search
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২১ |
২৪ আগষ্ট (ইংৰাজী: 24 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৬তম (অধিবৰ্ষত ২৩৭তম) দিন। বছৰ শেষ হ'বলৈ ১২৯ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৯৮৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ তামিল চলচ্চিত্ৰ অভিনেতা শান্তনু ভাগ্যৰাজৰ জন্ম হয়।
- ১৮১৯ চনৰ আজিৰ দিনটোতে আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৮৯ চনৰ আজিৰ দিনটোতে বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামী ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱাৰ মৃত্যু হৈ্ছিল।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৪ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|