সমললৈ যাওক

শান্তনু ভাগ্যৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শান্তনু ভাগ্যৰাজ

শান্তনু ভাগ্যৰাজৰ প্ৰতিকৃতি
জন্ম ২৪ আগষ্ট, ১৯৮৫
চেন্নাই, তামিল নাডু, ভাৰত
পেচা চলচ্চিত্ৰ অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৯৮ - বৰ্তমানলৈ

শান্তনু ভাগ্যৰাজ (তামিল: சாந்தனு பாக்யராஜ்; ইংৰাজী: Shanthnoo Bhagyaraj) হৈছে এজন উদীয়মান তামিল চলচ্চিত্ৰ অভিনেতা। এওঁৰ জন্ম হয় ১৯৮৬ চনৰ ২৪ আগষ্টত তামিল নাডুৰ চেন্নাইত। এওঁৰ পিতৃ কে ভাগ্যৰাজ এজন তামিল চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।

ফিল্মোগ্ৰাফী

[সম্পাদনা কৰক]
বৰ্ষছবিচৰিত্ৰভাষাটোকা
১৯৯৮ভেট্টিয়া মদিছু কট্টুসনুতামিলশিশু শিল্পী
২০০৮সক্কৰকট্টিযুবৰাজতামিলবিজেতা, ফিল্মফেয়াৰ দাক্ষিণাত্য শ্ৰেষ্ঠ নবাগত
বিজেতা, বিজয় বঁটা শ্ৰেষ্ঠ নবাগত
বিজেতা, আই টি এফ এ নতুন অভিনেতা বঁটা
২০০৯এঞ্জেল জ'নমাৰাডোনামালায়লম
২০১০আইৰম ভিলক্কুতামিল
সাৰে নী ইস্তমতেলেগু
সিদ্ধু + ২ ফাৰ্ষ্ট এটেম্টতামিল
২০১১সুভৰিল্লঠ চিঠিৰংতামিল
কন্দেইনতামিল

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]