১১ ডিচেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১১ ডিচেম্বৰ (ইংৰাজী: 11 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪৫ তম (অধিবৰ্ষত ৩৪৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৩৪৭ চনৰ এই দিনটোতে আলাউদ্দিন হাছাৰ বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা হয়।
- ১৯৪১ চনৰ এই দিনটোত জাৰ্মানী আৰু ইটালীৰ হৈ ক্ৰমে হিটলাৰ আৰু মুছ'লিনিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- এই দিনটোতে দাদৰা আৰু নগৰ হাভেলীয়ে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে।
- ১৯৯৯ চনৰ এই দিনটোতে শতিকাৰ অন্তিমটো পূৰ্ণ গ্ৰাস সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান হয়।
জন্ম[সম্পাদনা কৰক]
- ১৮৫৮ চনৰ এই দিনটোতে নেদাৰলেণ্ডত বিশিষ্ট চিকিৎসা-বিজ্ঞানী খ্ৰীষ্টিয়ান আইজকমেনৰ জন্ম হয়। তেওঁ ১৯২৯ চনত সাহিত্যৰ ন’বেল লাভ কৰে।
- ১৯৩৫ বৰ্ষৰ এই দিনটোতে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্ম হয়।
মৃত্যু[সম্পাদনা কৰক]
- ১৯০৮ চনৰ আজিৰ দিনটোতে বিনা বিচাৰে বিপ্লৱী ক্ষুদিৰাম বসুৰ ফাঁচি হয়।
- ২০০৫ চনৰ এই দিনটোতে অসমৰ প্ৰখ্যাত সঙ্গীত পৰিচালক পাৰ্থপ্ৰতিম চৌধুৰীৰ মৃত্যু হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১১ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|