২ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

২ জানুৱাৰী (ইংৰাজী2 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬৪টা দিন (অধিবৰ্ষত ৩৬৫টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  1. ১৯৪২ খৃঃ - জাপানী বাহিনীৰ দ্বাৰা ফিলিপাইনছৰ ৰাজধানী মানিলা দখল।

জন্ম[সম্পাদনা কৰক]

  1. ১৯২০ খৃঃ - আইজাক এছিমভ, প্ৰখ্যাত বিজ্ঞান কল্প-লেখক।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৬৭ চনৰ আজিৰ দিনটোত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ মৃত্যু হৈছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]