২ জানুৱাৰী
Jump to navigation
Jump to search
২ জানুৱাৰী (ইংৰাজী: 2 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬৪টা দিন (অধিবৰ্ষত ৩৬৫টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯৪২ খৃঃ - জাপানী বাহিনীৰ দ্বাৰা ফিলিপাইনছৰ ৰাজধানী মানিলা দখল।
জন্ম[সম্পাদনা কৰক]
- ১৯২০ খৃঃ - আইজাক এছিমভ, প্ৰখ্যাত বিজ্ঞান কল্প-লেখক।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৬৭ চনৰ আজিৰ দিনটোত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ মৃত্যু হৈছিল।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|