মাৰ্চ ৯ গ্ৰেগ'ৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৬৮ তম (অধিবৰ্ষত ৬৯ তম) দিন।
- ২০২৫ – ভাৰতীয় ক্ৰিকেট দলয়ে ডুবাইত অনুষ্ঠিত ২০২৫ আই.চি.চি. চেম্পিয়নছ ট্ৰফি জয় কৰে।[1]
- ১৯৩৩ - প্ৰেমধৰ বৰা, অসমৰ ৰাজনীতিবিদ।
- ১৯৩৪ - য়ুৰি গেগেৰিন, ছ'ভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী।
- ১৯৫১ - জাকিৰ হুছেইন, ভাৰতীয় তবলা বাদক, সুৰকাৰ, পাৰ্কাচনিষ্ট, সংগীত প্ৰযোজক আৰু চলচ্চিত্ৰ অভিনেতা।
- ১৯৫৬ - শশী থাৰুৰ, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৮৫ - পাৰ্থিৱ পেটেল, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৬০ - ধৰ্মেশ্বৰী দেৱী বৰুৱানী, অসমীয়া কবি।
- ১৯৮১ - মেক্স ডেলবুৰ্ক, নোবেল বিজয়ী চিকিৎসাবিজ্ঞানী।
- ১৯৯৪ - দেৱিকা ৰাণী, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী।
- ২০০০ - উষা কিৰণ, ভাৰতীয় অভিনেত্ৰী।
- ২০০৭ - ৰ'জি আফচাৰি, বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী।
- ২০১৫ - পল কালানিথি, আমেৰিকান স্নায়ুশৈল্যচিকিৎসক আৰু লেখক।
- ↑ "India wins ICC Champions Trophy 2025 in Dubai" (en ভাষাত). ESPN Cricinfo. https://www.espncricinfo.com/series/icc-champions-trophy-2025-1337890। আহৰণ কৰা হৈছে: 28 April 2025.