১৫ মাৰ্চ (ইংৰাজী: 15 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৪তম (অধিবৰ্ষত ৭৫ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯১ টা দিন বাকী থাকে৷
- ২০২৫ – চীনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি শি জিনপিঙে আনুষ্ঠানিকভাৱে তৃতীয় কাৰ্যকাল আৰম্ভ কৰে।[1]
- ৪৪ খ্ৰীষ্টপূৰ্ৱ - জুলিয়াছ চিজাৰ, ৰোমান সেনাপতি আৰু ৰাজনীতিবিদ।
- ১৯৭৮ - মঘাই ওজা, অসমীয়া ঢোল বাদক।
- ১৯৮৪ - কালিদাস ভট্টাচাৰ্য, ভাৰতীয় দাৰ্শনিক।
- ১৯৯৮ - মালতী চৌধুৰী, ভাৰতীয় সমাজকৰ্মী।
- ২০০৮ - সৰলা ঠকৰাল, প্ৰথম ভাৰতীয় মহিলা বৈমানিক।
- বিশ্ব গ্ৰাহক অধিকাৰ দিৱস
- সংবিধান দিৱস (বেলাৰুছ)
- ↑ "Xi Jinping begins historic third term as China's president" (en ভাষাত). CNN. https://www.cnn.com/2025/03/15/asia/xi-jinping-third-term-china-intl-hnk। আহৰণ কৰা হৈছে: 28 April 2025.