২৭ আগষ্ট
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২১ |
২৭ আগষ্ট (ইংৰাজী: 27 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩৯তম (অধিবৰ্ষত ২৪০তম) দিন। বছৰ শেষ হ'বলৈ ১২৬ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৯০৮ চনৰ আজিৰ দিনটোতে ক্ৰিকেট খেলুৱৈ ছাৰ ডন ব্ৰেডমেনৰ জন্ম হয়।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৬৫ চনৰ আজিৰ দিনটোতেই ফ্ৰান্সৰ এগৰাকী খ্যাতনামা স্থপতিবিদ, শিল্পী আৰু লেখক লী ক'ৰবাজিয়েৰ মৃত্যু হয়।
- ১৯৭৯ আজিৰ দিনটোতে লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হয়।
অনান্য[সম্পাদনা কৰক]
- ১৬০৪ চনৰ আজিৰ দিনটোতে শিখ গুৰু অৰ্জুনদেৱৰ উদ্যোগত ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগৃহীত হয়। সেই বছৰৰে সেই দিনটোত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ইয়াক সংৰক্ষণ কৰা হয়।
- ১৮৫৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা তেলৰ সন্ধান পোৱা হয়।
- ১৮৮৩ চনৰ আজিৰ দিনটোতে ক্ৰাকাষ্ট’ৱাত সৰ্ববৃহৎ আগ্নেয়গিৰিটো উদ্গীৰণ হৈছিল।
- ১৯৩৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজ পৰীক্ষামূলক উৰণ সম্পন্ন হয়।
- ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া, সংক্ষেপে পি. টি. আই. গঠন হয়।
- ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহ পৃথিৱীৰ নিকটতম স্থানত অৱস্থিত হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৭ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|