২৬ মে'
অৱয়ব
| মে' | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | |||||
| ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
| ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
| ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
| ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
| ৩১ | ||||||
| ২০২৬ | ||||||
২৬ মে' (ইংৰাজী: 26 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৬তম (অধিবৰ্ষত ১৪৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৯টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৮০৫ - নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ সম্ৰাট পদত অভিষিক্ত হয়।
- ১৮৬৫ - আমেৰিকাৰ গৃহযুদ্ধৰ অৱসান।
- ২০১৪ - ভাৰতীয় জনতা পাৰ্টি দলে কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। নৰেন্দ্ৰ মোদী ১৪তম প্ৰধান মন্ত্ৰী হয়।
- ২০১৭ - ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু আনুষ্ঠানিকভাৱে মুকলি কৰিছিল।
জন্ম
[সম্পাদনা কৰক]- ১৬৬৭ - আব্ৰাহাম দে মইভ্ৰে, ফৰাচী গণিতজ্ঞ, পৰিসংখ্যাৰ 'দে মইভ্ৰেৰ সূত্ৰ'ৰ বাবে বিখ্যাত।
- ১৭৫০ - উইলিয়াম মৰ্গান, ৱেলচৰ চিকিৎসক, পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ, বীমা বিজ্ঞানৰ (actuarial science) পিতৃ পুৰুষ।
- ১৯৪৫ - বিলাস ৰাও দেশমুখ, অধিবক্তা আৰু ৰাজনীতিবিদ, মহাৰাষ্টৰ ১৭তম মুখ্যমন্ত্ৰী। (মৃত্যু: ২০১২)
- ১৯৫১ - ভীমকান্ত বৰুৱা, ভাৰতীয় সাহিত্যিক।
- ১৯৬৬ - হেলেনা ব'নহাম কাৰ্টাৰ, ব্ৰিটিছ অভিনেত্ৰী।
- ১৯৮৩ - সুশীল কুমাৰ, ভাৰতীয় মল্লযোদ্ধা।
- ১৯৯০ - উমৰ আকমল, পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ।
মৃত্যু
[সম্পাদনা কৰক]- ১৭০২ - জেব-উন-নিছা, মোগল ৰাজকুমাৰী। সম্ৰাট ঔৰংগজেৱ আৰু দিলৰস বানু বেগমৰ জ্যেষ্ঠ সন্তান। ( জন্মঃ ১৬৩৮)
- ১৯৭৬ - মাৰ্টিন হাইডেগাৰ, জাৰ্মান দাৰ্শনিক।
- ২০০৪ - নিকোলাই চেৰ্নিখ, ৰাছিয়াৰ জ্যোতিৰ্বিজ্ঞানী। (জন্মঃ ১৯৩১)
দিৱস
[সম্পাদনা কৰক]বহিঃসংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ২৬ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||