লোহিত নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লোহিত নদীয়ে পৰশুৰাম কুণ্ডত ব্ৰহ্মপুত্ৰ উপত্যকা সমভূমিত প্ৰৱেশ কৰে

লোহিত নদী বা জায়ো নদী হৈছে ভাৰত আৰু চীনৰ এখন নদী। কাংগ্ৰি গাৰ্পো ৰেঞ্জৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ পৰা উৎপত্তি হৈছে, তাত ইয়াক জায়ো নদী (চীনা: 察隅河) বোলে। তাৰ পৰা ই লোহিত নাম লৈ অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলৰ মাজেৰে প্ৰায় ২০০ কিলোমিটাৰ (১২০ মাইল) অতিক্ৰম কৰি আহি অসমচিয়াং (ব্ৰহ্মপুত্ৰ নদ)ত মিলিত হৈছে।

হিন্দুসকলৰ এক পবিত্ৰ স্থান পৰশুৰাম কুণ্ড, লোহিত নদীৰ নামনিতেই অৱস্থিত। প্ৰতি বছৰে জানুৱাৰী মাহৰ মকৰ সংক্ৰান্তিত প্ৰায় ৭০,০০০ তকৈও অধিক ভক্ত আৰু সাধুৱে পৰশুৰাম কুণ্ডত পবিত্ৰ স্নান কৰে।[1][2]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]