১১ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইতিহাসৰ পাতত আজিৰ দিনটো -

  1. ‘চাহেবপুৰৰ বৰষুণ’ৰ বাবে অসম সাহিত্য সভাই বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীলৈ ২০০৩ বৰ্ষৰ কুমাৰ কিশোৰী সোৱৰণী বঁটা আগবঢ়াই ২০০৪ চনৰ আজিৰ দিনটোতে ।
  2. ১৮৫৭ চনৰ আজিৰ দিনটোতে দিল্লীত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হয় ।
  3. ভাৰতবৰ্ষই দ্বিতীয়লানি পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ ঘটায় ১৯৯৮ চনৰ আজিৰ দিনটোতে ৷
  4. ১৯৬৫ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ প্ৰচণ্ড ঘূৰ্ণীবতাহে কোবাই যায় ৷ ইয়াৰ ফলত চৰকৰী হিচাপমতে ১৬,০০০ লোকৰ মৃত্যু হয় ৷
  5. স্পেইনৰ চিত্ৰকৰ ছালভাদৰ ডালিৰ জন্ম হৈছিল ১৯০৪ চনৰ আজিৰ দিনটোতে।
  6. ১৩৩০ চনৰ আজিৰ দিনটোতে কনষ্টাণ্টিনোপল ৰোমান সাম্ৰাজ্যৰ ৰাজধানীৰূপে স্বীকৃতি পায় ৷
  7. ১৯৬৩ চনত আজিৰ দিনটোতে মাৰ্কিন শৰীৰতত্ব বিদ তথা বিজ্ঞানী হাৰ্বাট স্পেনছাৰ গাছাৰৰ মৃত্যু হয় । ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল ।
  8. আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস
  9. আজি আন্তৰ্জাতিক মাতৃ দিৱস