১১ মে'
Jump to navigation
Jump to search
ইতিহাসৰ পাতত আজিৰ দিনটো -
- ‘চাহেবপুৰৰ বৰষুণ’ৰ বাবে অসম সাহিত্য সভাই বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীলৈ ২০০৩ বৰ্ষৰ কুমাৰ কিশোৰী সোৱৰণী বঁটা আগবঢ়াই ২০০৪ চনৰ আজিৰ দিনটোতে।
- ১৮৫৭ চনৰ আজিৰ দিনটোতে দিল্লীত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হয়।
- ভাৰতবৰ্ষই দ্বিতীয়লানি পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ ঘটায় ১৯৯৮ চনৰ আজিৰ দিনটোতে।
- ১৯৬৫ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ প্ৰচণ্ড ঘূৰ্ণীবতাহে কোবাই যায়। ইয়াৰ ফলত চৰকৰী হিচাপমতে ১৬,০০০ লোকৰ মৃত্যু হয়।
- স্পেইনৰ চিত্ৰকৰ ছালভাদৰ ডালিৰ জন্ম হৈছিল ১৯০৪ চনৰ আজিৰ দিনটোতে।
- ১৩৩০ চনৰ আজিৰ দিনটোতে কনষ্টাণ্টিনোপল ৰোমান সাম্ৰাজ্যৰ ৰাজধানীৰূপে স্বীকৃতি পায়।
- ১৯৬৩ চনত আজিৰ দিনটোতে আমেৰিকান শৰীৰতত্ত্ব বিদ তথা বিজ্ঞানী হাৰ্বাট স্পেনছাৰ গাছাৰৰ মৃত্যু হয়। ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
- আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।
- আজি আন্তৰ্জাতিক মাতৃ দিৱস।