সমললৈ যাওক

বব মাৰ্লি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বব মাৰ্লি
Black and white image of Bob Marley on stage with a guitar
Marley performing in 1980
জন্ম Robert Nesta Marley
৬ ফেব্ৰুৱাৰী, ১৯৪৫
Nine Mile, Saint Ann Parish, British Jamaica
মৃত্যু ১১ মে', ১৯৮১ (৩৬ বছৰ)
Miami, Florida
মৃত্যুৰ কাৰণ Melanoma (skin cancer)
অন্য নাম
  • Donald Marley
  • Tuff Gong
পেচা
  • Singer
  • songwriter
  • musician
গৃহস্থান Trenchtown, Kingston, Jamaica
দাম্পত্যসঙ্গী Alpharita Anderson Marley (বি. ১৯৬৬)
পিতৃ-মাতৃ Norval Sinclair Marley
Cedella Booker
সন্তান Sharon Marley Prendergast (adopted)
Cedella Marley
David Nesta Ziggy Marley
Stephen Robert Nesta Marley
Rohan Marley
Julian Marley
Ky-Mani Marley
Damian Marley
আত্মীয়-স্বজন Skip Marley (grandson)
Nico Marley (grandson)
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ
  • Reggae
  • ska
  • rocksteady
বাদ্যযন্ত্ৰ
  • Vocals
  • guitar
  • percussion
সক্ৰিয়তাৰ বছৰ 1962–1981
লেবেল
  • Beverley's
  • Studio One
  • JAD
  • Wail'n Soul'm
  • Upsetter
  • Tuff Gong

Island

ৱেবছাইট bobmarley.com

ৰবাৰ্ট নেষ্টা মাৰ্লি এগৰাকী জামাইকান গায়ক আৰু গীতিকাৰ যি এক আন্তৰ্জাতিক সংগীত শিল্পী হিচাপে খ্যাত।[1][2][3][4][5] তেওঁৰ গীতত ৰেগে, স্কা আৰু ৰকষ্টিডিৰ মিশ্ৰণ দেখা যায়।.[6] তেওঁ ১৯৬৩ত পৰিবেশন আৰম্ভ কৰিলে দ্য ৱেইলাৰ্ছৰ সৈতে, আৰু নিজৰ অনন্য গীত-লিখন তথা কণ্ঠকলাৰে সমগ্ৰ বিশ্বতে খ্যাতনামা হৈ পৰিল। দ্য ৱেইলাৰ্ছে আতাইতকৈ পুৰণি ৰেগে কিছুমান প্ৰিবেশন কৰিছিল প্ৰযোজক লি "স্ক্ৰেচ"ৰ সহযোগত।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

১৯৭৪ত দ্য ৱেইলাৰ্ছ ভংগ হ'ল।[7] মাৰ্লিয়ে অকলে কাম আগবঢ়াই নিলে, আৰু ১৯৭৭ত 'এগজ'ডাচে' মুক্তি লাভ কৰিলে। এই এল্বামে মাৰ্লিলৈ বিশ্বজোৰা খ্যাতি আনিলে আৰু তেওঁ সৰ্বকালৰ জনপ্ৰিয়তম কণ্ঠ শিল্পীৰ অন্যতম হৈ ৰ'ল, ৭ কোটি ৫০ লাখ ৰেকৰ্ডৰ বিক্ৰীৰে।[8][9] যুক্তৰাজ্যত জনপ্ৰিয় "এগজ'ডাচ", "ৱেইটিং ইন ভেইন", "জেমিং" আৰু "ৱান লাভ" থকা এই এল্বাম ৫৬ সপতাহ ইউকে এল্বাম চাৰ্টত নিৰন্তৰ থাকিল। ১৯৭৮ত মুক্তি লাভ কৰা "কায়া"ত "ইজ দিচ লাভ" আৰু "চেটিস্ফাই মাই চ'ল" গান আছিল। তেওঁৰ আতাইতকৈ জনপ্ৰিয় এল্বাম "লেজেণ্ড" ১৯৮৪ত মুক্ত হ'ল, তেওঁৰ মৃত্যুৰ ৩ বছৰ পাছত। ই সৰ্বকালৰ আতাইতকৈ জনপ্ৰিয় ৰেগে এল্বাম।

ব্যক্তিগত মত আৰু পৰিচয়

[সম্পাদনা কৰক]

১১ মে' ১৯৮১ত মাৰ্লিৰ দেহাৱসান ঘটিল মেলান'মাৰ বাবে। তেওঁ ৰাষ্টাফাৰি ধৰ্মত গভীৰ বিশ্বাস ৰাখিছিল আৰু নিজৰ সংগ্গীতত এক আদ্যাত্মিক ভাৱ প্ৰকট কৰিছিল।[10]:242[11] তেওঁ ৰেগে সংগীত সমগ্ৰ বিশ্বত জনপ্ৰিয় কৰি তুলিলে। তেওঁ বৰ্তমানে এক গণচিহ্নত পৰিণত হৈছে। তদুপৰি চোলা, বা-বস্তু আদিতো তেওঁৰ প্ৰতিচ্ছবি জনপ্ৰিয় হৈ ৰৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "7 Fascinating Facts About Bob Marley". https://www.biography.com/news/bob-marley-biography-facts আহৰণ কৰা হৈছে: 10 October 2017.
  2. "Bob Marley: Anatomy of an Icon". Archived from the original on 31 May 2020. https://web.archive.org/web/20200531155256/https://theculturetrip.com/caribbean/jamaica/articles/bob-marley-anatomy-of-an-icon/ আহৰণ কৰা হৈছে: 10 October 2017.
  3. "'Marley' - a new view of a cultural icon -". Archived from the original on 10 October 2017. https://web.archive.org/web/20171010104634/http://www.youthlinkjamaica.com/marley-new-view-cultural-icon আহৰণ কৰা হৈছে: 10 October 2017.
  4. Bob Marley: Herald of a Postcolonial World. John Wiley & Sons. https://books.google.com/books?id=BkDohE6Qd3oC&pg=PA1969 আহৰণ কৰা হৈছে: 23 August 2013.
  5. Reggae Heritage: Jamaica's Music History, Culture & Politic. AuthorHouse. https://books.google.com/books?id=GSbzpWSGkGUC&pg=PA293 আহৰণ কৰা হৈছে: 25 August 2013.
  6. Interview. Interview. Archived from the original on 2015-09-24. https://web.archive.org/web/20150924085608/http://www.reggae-vibes.com/concert/bunnylee/bunnylee2.htm আহৰণ কৰা হৈছে: 2019-01-27.
  7. "Interview". Archived from the original on 6 December 2013. https://web.archive.org/web/20131206120731/http://pureguitar.com/interviews/2013/02/19/aston-family-man-barrett-on-bass-with-bob-marley-peter-tosh-and-the-wailers/ আহৰণ কৰা হৈছে: 23 August 2013.
  8. "Deadly profitable: The 13 highest-earning dead celebrities". The Globe and Mail. https://www.theglobeandmail.com/arts/deadly-profitable-the-13-highest-earning-dead-celebrities/article21112085/ আহৰণ কৰা হৈছে: 21 October 2014.
  9. "'Exodus' Returns". Nielsen Business Media, Inc.. https://books.google.com/books?id=lQ4EAAAAMBAJ&pg=PA42 আহৰণ কৰা হৈছে: 23 August 2013.
  10. Masouri, Jon. Wailing Blues – The Story of Bob Marley's Wailers. https://books.google.com/books?id=Rq_7iIvMvYgC&pg=PT242 আহৰণ কৰা হৈছে: 7 September 2013.
  11. Soni, Varun. "Bob Marley's Spiritual Legacy". http://www.huffingtonpost.com/varun-soni/bob-marleys-spiritual-leg_b_453614.html আহৰণ কৰা হৈছে: 11 July 2017.