২৩ মাৰ্চ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২২ |
২৩ মাৰ্চ (ইংৰাজী: 23 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮২তম (অধিবৰ্ষত ৮৩তম) দিন। বছৰ শেষ হ'বলৈ ২৮৩ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৫৫৮ - ভট্টদেৱৰ জন্ম।
- ১৮৯৮ - অসমীয়া কবি আৰু লেখিকা নলিনীবালা দেৱীৰ জন্ম।
- ১৯১০ - ৰামমনোহৰ লোহিয়া - ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯২৪ - বীৰেণ বৰকটকীৰ জন্ম।
- ১৯৭৬ - স্মৃতি ঈৰাণী - ভাৰতৰ মানৱ সংসাধন বিকাশ মন্ত্ৰী।
- ১৯৮৬ - কংগনা ৰাণাৱত, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৩১ - ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰসিদ্ধ বিপ্লৱী ভগৎ সিং (জ.১৯০৭), সুখদেব থাপৰ (জ.১৯০৮) আৰু শিৱৰাম ৰাজগুৰু (জ.১৯০৮) -এই তিনিজনক ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়ে। এই দিনটো ভাৰতত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।
- ১৯৯৫ - শক্তি চট্টোপাধ্যায়, বাঙালি কবি আৰু লিখক। (জ.২৫/১১/১৯৩৩)
ছুটী আৰু অন্যান্য[সম্পাদনা কৰক]
- শ্বহীদ দিৱস
- বিশ্ব জলবায়ু বিজ্ঞান দিৱস
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২৩ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|