২৩ মাৰ্চ (ইংৰাজী: 23 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮২তম (অধিবৰ্ষত ৮৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৩টা দিন বাকী থাকে।
- ১৫৫৮ - ভট্টদেৱ, অসমৰ শঙ্কৰোত্তৰ কালৰ কবি। (মৃত্যু: ১৬৩৮)
- ১৬১৪ - জাহানাৰা বেগম, মোগল ৰাজকুমাৰী।
- ১৮৮০ - বাসন্তী দেৱী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৮৯৮ - নলিনীবালা দেৱী, অসমীয়া কবি আৰু লেখিকা। (মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭)
- ১৯১০ - আকিৰা কুৰোছাৱা, জপানীজ বোলছবি নিৰ্মাতা।
- ১৯১০ - ৰামমনোহৰ লোহিয়া - ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯২৪ - বীৰেণ বৰকটকী, অসমীয়া সাহিত্যিক আৰু শিক্ষাবিদ। (মৃত্যু: ৪ নৱেম্বৰ, ২০০২)
- ১৯৫৩ - ইলা কাকতি, অসমীয়া অভিনেত্ৰী।
- ১৯৬১ - শকুন্তলা দলে গামলিন, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
- ১৯৭৬ - স্মৃতি ইৰানী, ভাৰতীয় ৰাজনৈতিক নেতা।
- ১৯৮৭ - কংগনা ৰাণাৱত, ভাৰতীয় অভিনেত্ৰী।
- ১৯৩১ - ভগৎ সিং, (জ.১৯০৭), সুখদেব থাপৰ (জ.১৯০৮) আৰু শিৱৰাম ৰাজগুৰু (জ.১৯০৮) - ভাৰতৰ স্বাধীনতা সংগ্ৰামী। এই তিনিজনক ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়ে। এই দিনটো ভাৰতত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।
- ১৯৯৫ - শক্তি চট্টোপাধ্যায়, বাঙালি কবি আৰু লিখক। (জন্ম: ২৫ নৱেম্বৰ,১৯৩৩)