শক্তি চট্টোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

শক্তি চট্টোপাধ্যায় বাংলা ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। ১৯৩৪ চনৰ ২৫ নভেম্বৰ তেঁওৰ জন্ম; মৃত্যু ১৯৯৫ চনৰ ২৩ মাৰ্চ। ১৯৮৩ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

সাহিত্যকৃতি[সম্পাদনা কৰক]

  • হে প্ৰেম হে নৈঃশব্দ্য ( ১৯৬২ )
  • ধৰ্মেও আছি জিৰাফেও আছি ( ১৯৬৭ )
  • সোনাৰ মাছি খুন কৰেছি ( ১৯৬৮ )
  • অন্ধকাৰ নক্ষত্ৰ মাঝে তুমি অন্ধকাৰ ( ১৯৬৮ )
  • হেমন্তেৰ অৰণে আমি পোস্টম্যান ( ১৯৬৯ )
  • মাটিৰ বাড়ি ( ১৯৭১ )
  • চতুৰ্দশপদী কবিতাবলী ( ১৯৭০ )
  • প্ৰভু নষ্ট হয়ে যাই ( ১৯৭২ )
  • সুখে আছি ( ১৯৭৪ )
  • ঈশ্বৰ থাকেন জলে ( ১৯৭৫ )
  • অস্ত্ৰেৰ গৌৰবহীন একা ( ১৯৭৫ )
  • জ্বলন্ত ৰুমাল ( ১৯৭৫ )
  • ছিন্নবিচ্ছিন্ন ( ১৯৭৫ )
  • সুন্দৰ এখানে নয় ( ১৯৭৬ )
  • কবিতায় তুলো ওড়ে ( ১৯৭৬ )
  • যেতে পাৰি কিন্তু কেন যাবো ( ১৯৮৩ [সাহিত্য অকাদেমি পুৰস্কাৰ]
  • ভাত নেই পাথৰ ৰয়েছে ( ১৯৭৯ )
  • অঙ্গুৰি তোৰ হিৰণ্যজল ( ১৯৮০ )
  • প্ৰচ্ছন্ন স্বদেশ ( ১৯৮১ )
  • কক্সবাজাৰে সন্ধ্যা ( ১৯৮৫ )



তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • মৃত্যুৰ পৰেও যেন হেঁটে যেতে পাৰি: ড. কুনাল চট্টোপাধ্যায়, কলিকতা বিশ্ববিদ্যালয়।

বহিঃসংযোগ[সম্পাদনা কৰক]