এয়া বঙালী ভাষাত ৰচনা কৰি সাহিত্য অকাডেমি বঁটা পোৱাসকলৰ তালিকা। সাহিত্য অকাডেমি বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয়, চিহ্নিত ভাষাসমূহত ৰচনা কৰা লেখকসকলক।
বৰ্ষ
|
বিজয়ী
|
গ্ৰন্থ
|
১৯৫৫
|
জীবনানন্দ দাস (মৰণোত্তৰ)
|
জীবনানন্দ দাশেৰ শ্ৰেষ্ঠ কবিতা (কবিতা সংকলন)
|
১৯৫৬
|
তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়
|
আৰোগ্য নিকেতন (উপন্যাস)
|
১৯৫৭
|
প্ৰেমেন্দ্ৰ মিত্ৰ
|
সাগৰ থেকে ফেৰা (কবিতা)
|
১৯৫৮
|
ৰাজশেখৰ বসু
|
আনন্দীবাঈ ইত্যাদি গল্প (চুটিগল্প)
|
১৯৫৯
|
গজেন্দ্ৰকুমাৰ মিত্ৰ
|
কলকাতাৰ কাছেই (উপন্যাস)
|
১৯৬১
|
শশীভূষণ দাশগুপ্ত
|
ভাৰতেৰ শক্তিসাধনা ও শাক্ত সাহিত্য (শাক্ত সংস্কৃতি বিষয়ক গবেষণাগ্ৰন্থ)
|
১৯৬২
|
অন্নদাশঙ্কৰ ৰায়
|
জাপানে (ভ্ৰমণসাহিত্য)
|
১৯৬৩
|
অমিয় চক্ৰবৰ্তী
|
ঘৰে ফেৰাৰ দিন (কবিতা)
|
১৯৬৪
|
সুভাষ মুখোপাধ্যায়
|
যত দূৰেই যাই (কবিতা)
|
১৯৬৫
|
বিষ্ণু দে
|
স্মৃতি সত্তা ভবিষ্যৎ (কবিতা)
|
১৯৬৬
|
মনোজ বসু
|
নিশিকুটুম্ব (উপন্যাস)
|
১৯৬৭
|
বুদ্ধদেব বসু
|
তপস্বী ও তৰঙ্গিনী (নাটক)
|
১৯৬৯
|
মণীন্দ্ৰ ৰায়
|
মোহিনী আড়াল (কবিতা)
|
১৯৭০
|
আবু সয়ীদ আইয়ুব
|
আধুনিকতা ও ৰবীন্দ্ৰনাথ (সাহিত্য সমালোচনা)
|
১৯৭১
|
উমাপ্ৰসাদ মুখোপাধ্যায়
|
মণিমহেশ (ভ্ৰমণসাহিত্য)
|
১৯৭২
|
সন্তোষকুমাৰ ঘোষ
|
শেষ নমষ্কাৰ (উপন্যাস)
|
১৯৭৪
|
নীৰেন্দ্ৰনাথ চক্ৰবৰ্তী
|
উলঙ্গ ৰাজা (কবিতা)
|
১৯৭৫
|
বিমল কৰ
|
অসময় (উপন্যাস)
|
১৯৭৬
|
মৈত্ৰেয়ী দেৱী
|
ন হন্যতে (আত্মজীবনীমূলক উপন্যাস)
|
১৯৭৭
|
শংখ ঘোষ
|
বাবৰেৰ প্ৰাৰ্থনা (কবিতা)
|
১৯৭৮
|
শঙ্কৰীপ্ৰসাদ বসু
|
বিবেকানন্দ ও সমকালীন ভাৰতবৰ্ষ, প্ৰথম, দ্বিতীয় ও তৃতীয় খণ্ড (জীবনী ও সাংস্কৃতিক ইতিহাস)
|
১৯৭৯
|
মহাশ্বেতা দেৱী
|
অৰণ্যেৰ অধিকাৰ (ঐতিহাসিক উপন্যাস)
|
১৯৮০
|
সমৰেশ বসু (কালকূট)
|
শাম্ব (উপন্যাস)
|
১৯৮১
|
ৰাধাৰমণ মিত্ৰ
|
কলিকাতা দৰ্পণ, প্ৰথম খণ্ড (স্থানীয় ইতিহাস ও সংস্কৃতি)
|
১৯৮২
|
কমল দাস
|
অমৃতস্য পুত্ৰী (উপন্যাস)
|
১৯৮৩
|
শক্তি চট্টোপাধ্যায়
|
যেতে পাৰি কিন্তু কেন যাবো (কবিতা)
|
১৯৮৪
|
সমৰেশ মজুমদাৰ
|
কালবেলা (উপন্যাস)
|
১৯৮৫
|
সুনীল গঙ্গোপাধ্যায়
|
সেই সময়, দ্বিতীয় পৰ্ব (ঐতিহাসিক উপন্যাস)
|
১৯৮৬
|
অমিয়ভূষণ মজুমদাৰ
|
ৰাজনগৰ (উপন্যাস)
|
১৯৮৭
|
অৰুণ মিত্ৰ
|
খুঁজতে খুঁজতে এত দূৰ (কবিতা)
|
১৯৮৮
|
ৰমাপদ চৌধুৰী
|
বাড়ি বদলে যায়(উপন্যাস)
|
১৯৮৯
|
শীৰ্ষেন্দু মুখোপাধ্যায়
|
মানবজমিন (উপন্যাস)
|
১৯৯০
|
দেবেশ ৰায়
|
তিস্তাপাৰেৰ বৃত্তান্ত (উপন্যাস)
|
১৯৯১
|
মতি নন্দী
|
সাদা খাম (উপন্যাস)
|
১৯৯২
|
অলোকৰঞ্জন দাশগুপ্ত
|
মৰমী কৰাত (কবিতা)
|
১৯৯৩
|
শ্যামল গঙ্গোপাধ্যায়
|
শাহজাদা দাৰাশুকো (ঐতিহাসিক উপন্যাস)
|
১৯৯৪
|
সৈয়দ মুস্তাফা সিৰাজ
|
অলীক মানুষ (উপন্যাস)
|
১৯৯৫
|
নৰেশ গুহ
|
নৰেশ গুহ কবিতা সংগ্ৰহ (কবিতা)
|
১৯৯৬
|
অশোক মিত্ৰ
|
তালবেতাল (প্ৰবন্ধ)
|
১৯৯৭
|
নবাৰুণ ভট্টাচাৰ্য
|
হাৰবাৰ্ট (উপন্যাস)
|
১৯৯৮
|
দিব্যেন্দু পালিত
|
অনুভব (উপন্যাস)
|
১৯৯৯
|
নৱনীতা দেৱ সেন
|
নব-নীতা (গদ্য-পদ্য)
|
২০০০
|
জয় গোস্বামী
|
পাগলী তোমাৰ সঙ্গে (কবিতা)
|
২০০১
|
অতীন বন্দ্যোপাধ্যায়
|
পঞ্চাশটি গল্প (চুটিগল্প)
|
২০০২
|
সন্দীপন চট্টোপাধ্যায়
|
আমি ও বনবিহাৰী (উপন্যাস)
|
২০০৩
|
প্ৰফুল্ল ৰায়
|
ক্ৰান্তিকাল (উপন্যাস)
|
২০০৪
|
সুধীৰ চক্ৰবৰ্তী
|
বাউল ফকিৰ কথা (প্ৰবন্ধ)
|
২০০৫
|
বিনয় মজুমদাৰ
|
হাসপাতালে লেখা কবিতাগুচ্ছ (কবিতা সংকলন)
|
২০০৬
|
অমৰ মিত্ৰ
|
ধ্ৰুবপুত্ৰ (উপন্যাস)
|
২০০৭
|
সমৰেন্দ্ৰ সেনগুপ্তা
|
আমাৰ সময় অল্প (কবিতা)
|
২০০৮
|
শৰৎকুমাৰ মুখোপাধ্যায়
|
ঘুমেৰ বড়িৰ মতো চাঁদ (কবিতা)
|
২০০৯
|
সৌৰীন ভট্টাচাৰ্য
|
কেন আমৰা ৰবীন্দ্ৰনাথকে চাই ও কীভাবে (প্ৰবন্ধ)
|
২০১০[2][3]
|
বাণী বসু
|
খনামিহিৰেৰ ঢিপি (উপন্যাস)
|
২০১১[4][5]
|
মনীদ্ৰ গুপ্তা
|
বনে আজ কোনক্ষেত্ৰ (কবিতা)
|
২০১২[6]
|
সুব্ৰত মুখোপাধ্যায়
|
বীৰাসন (উপন্যাস)
|
২০১৩[7]
|
সুবোধ সৰকাৰ
|
দ্বৈপায়ন হ্ৰদেৰ ধাৰে (কবিতা)
|
২০১৪
|
উৎপল কুমাৰ বসু
|
পিয়া মনে ভাবে (কবিতা)
|
২০১৫
|
অলোক সৰকাৰ
|
শোন জবাফুল (কবিতা)
|
২০১৬
|
নৃসিংহপ্ৰসাদ ভাদুড়ী
|
মহাভাৰতেৰ অষ্টাদশী (প্ৰবন্ধ)
|
২০১৭[8]
|
আফচাৰ আহমেদ
|
সেই নিখোঁজ মানুষটা (উপন্যাস)
|
২০১৮[9]
|
সঞ্জীৱ চট্টোপাধ্যায়
|
শ্ৰীকৃষ্ণেৰ শেষ কটা দিন (চুটিগল্প)
|
২০১৯
|
চিন্ময় গুহ
|
ঘুমেৰ দৰজা ঠেলে (প্ৰবন্ধ)
|