বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

বড়ো ভাষাসাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ২০০৫ চনৰ পৰা।[1] প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে মংগলসিং হাজোৱাৰীয়ে তেওঁৰ কবিতা সংকলন "জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ"-ৰ বাবে।

বিজয়ী গ্ৰন্থৰ সৈতে লেখকসকলৰ তালিকা[সম্পাদনা কৰক]

বৰ্ষ লেখক গ্ৰন্থ গ্ৰন্থৰ প্ৰকাৰ তথ্য
২০০৫ মংগলসিং হাজোৱাৰী জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ কবিতা সংকলন [1]
২০০৬ কাতিন্দ্ৰ স্বৰ্গীয়াৰী সনমৗখংগাৰী লামাজৗঙ উপন্যাস [1]
২০০৭ জনিল কুমাৰ ব্ৰক্ষ্ম দুমফাউনি ফিঠা চুটিগল্প সংকলন [1]
২০০৮ বিদ্যাসাগক নাৰ্জাৰী বিগ্ৰৗশ্ৰীনি থুংগৰি উপন্যাস [2]
২০০৯ মনোৰঞ্জন লহৰী দাইনী? উপন্যাস [3]
২০১০ অৰবিন্দ উজীৰ শৗদৗবনি শৗলেৰ কবিতা সংকলন [4]
২০১১ প্ৰেমানন্দ মুছাহাৰী অখাফৗৰণি দৈমা কবিতা সংকলন [5]
২০১২ গুণেশ্বৰ মুছাহাৰী বড়ো খণ্ঠাই কবিতা সংকলন [6]
২০১৩ ড° অনিল বড়ো ডেলফিনি অনথাই ম'ডাই অ'ৰ' গুবুন গুবুন খন্‌থাই কবিতা সংকলন [7]
২০১৪ উৰখাও গৱৰা ব্ৰহ্ম উদাংনিফ্ৰাই গিডিংফিন্নানেই কবিতা সংকলন
২০১৫ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম বায়দি দেংখো বায়দি গাব কবিতা সংকলন
২০১৬ অঞ্জলী নাৰ্জাৰী অং মাবৰৈ ডং দাচং কবিতা সংকলন
২০১৮ ঋতুৰাজ বসুমতাৰী দোংসে লামা গল্প সংকলন

[8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Sahitya Academi – Bodo". Literature India. http://www.literatureindia.com/2009/10/26/sahitya-academi-%E2%80%93-bodo/। আহৰণ কৰা হৈছে: December 12, 2011. 
  2. "Sahitya Akademi Awards 2008". india.gov.in. http://india.gov.in/knowindia/general_info.php?id=18। আহৰণ কৰা হৈছে: December 12, 2011. 
  3. "Sahitya Akademi Awards 2009". india.gov.in. http://india.gov.in/knowindia/general_info.php?id=19। আহৰণ কৰা হৈছে: December 12, 2011. 
  4. "Sahitya Akademi Awards 2010". india.gov.in. http://india.gov.in/knowindia/general_info.php?id=20। আহৰণ কৰা হৈছে: December 12, 2011. 
  5. "Sahitya Akademi Award 2011 announced". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/award-2011.pdf। আহৰণ কৰা হৈছে: December 22, 2011. 
  6. "সাহিত্য অকাডেমি বঁটা ২০১২". সাহিত্য অকাডেমি. ২০ ডিচেম্বৰ, ২০১২. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sa-award2012.pdf। আহৰণ কৰা হৈছে: ২৩ ডিচেম্বৰ, ২০১২. 
  7. "সাহিত্য অকাডেমি বঁটা ২০১৩". সাহিত্য অকাডেমি. ১৮ ডিচেম্বৰ, ২০১৩. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/award2013-e.pdf। আহৰণ কৰা হৈছে: ২২ ডিচেম্বৰ, ২০১৩. 
  8. "Sahitya Akademi Main Award 2018". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sahityaakademiawards2018.pdf। আহৰণ কৰা হৈছে: 6 December 2018.