বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
Jump to navigation
Jump to search
বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ২০০৫ চনৰ পৰা।[1] প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে মংগলসিং হাজোৱাৰীয়ে তেওঁৰ কাব্য সংকলন "জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ"-ৰ বাবে।
সাহিত্য অকাডেমি বঁটা[সম্পাদনা কৰক]
বিজয়ী গ্ৰন্থৰ সৈতে লেখকসকলৰ তালিকা:
বৰ্ষ | বিজয়ী | গ্ৰন্থ | প্ৰকাৰ | তথ্য |
---|---|---|---|---|
২০০৫ | মংগলসিং হাজোৱাৰী | জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ | কাব্য সংকলন | [1] |
২০০৬ | কাতিন্দ্ৰ স্বৰ্গীয়াৰী | সনমৗখংগাৰী লামাজৗঙ | উপন্যাস | [1] |
২০০৭ | জনিল কুমাৰ ব্ৰক্ষ্ম | দুমফাউনি ফিঠা | চুটিগল্প সংকলন | [1] |
২০০৮ | বিদ্যাসাগক নাৰ্জাৰী | বিগ্ৰৗশ্ৰীনি থুংগৰি | উপন্যাস | [2] |
২০০৯ | মনোৰঞ্জন লহৰী | দাইনী? | উপন্যাস | [3] |
২০১০ | অৰবিন্দ উজীৰ | শৗদৗবনি শৗলেৰ | কাব্য সংকলন | [4] |
২০১১ | প্ৰেমানন্দ মুছাহাৰী | অখাফৗৰণি দৈমা | কাব্য সংকলন | [5] |
২০১২ | গুণেশ্বৰ মুছাহাৰী | বড়ো খণ্ঠাই | কাব্য সংকলন | [6] |
২০১৩ | ড° অনিল বড়ো | ডেলফিনি অনথাই ম'ডাই অ'ৰ' গুবুন গুবুন খন্থাই | কাব্য সংকলন | [7] |
২০১৪ | উৰ্খাউ গৌড়া ব্ৰহ্ম | উদাংনিফ্ৰাই গিডিংফিন্নানেই | কাব্য সংকলন | |
২০১৫ | ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম | বায়দি দেংখো বায়দি গাব | কাব্য সংকলন | |
২০১৬ | অঞ্জলী নাৰ্জাৰী | অং মাবৰৈ ডং দাচং | কাব্য সংকলন | |
২০১৭ | ৰীতা বড়ো | থৈচাম | উপন্যাস | [8] |
২০১৮ | ঋতুৰাজ বসুমতাৰী | দোংসে লামা | গল্প সংকলন | [9] |
অনুবাদ বঁটা[সম্পাদনা কৰক]
বড়ো ভাষালৈ অনুবাদ কৰা গ্ৰন্থৰ বাবে তলত উল্লেখিত লেখকসকলক সাহিত্য অকাডেমিয়ে অনুবাদ সাহিত্যিৰ বঁটা প্ৰদান কৰিছে:[10]
বৰ্ষ | বিজয়ী | গ্ৰন্থ | মূল গ্ৰন্থ | মূল ভাষা | প্ৰকাৰ | মূল লেখক |
---|---|---|---|---|---|---|
২০০৫ | প্ৰমীলা নাৰ্জাৰী | আৱনি চল' | বুঢ়ী আইৰ সাধু | অসমীয়া | সাধু সংকলন | লক্ষ্মীনাথ বেজবৰুৱা |
২০০৬ | ৰংগিনা দৈমাৰী | গেদেৰ হাবিলা | উচ্চাকাংক্ষা | অসমীয়া | প্ৰবন্ধ সংকলন | হোমেন বৰগোহাঞি |
২০০৭ | অঞ্জলী দৈমাৰী | আদ্ৰা লিৰনাই চানৰেব | আধালেখা দস্তাবেজ | অসমীয়া | আত্মজীৱনী | মামণি ৰয়ছম গোস্বামী |
২০০৮ | প্ৰদীপ ৰাজা ব্ৰহ্ম | স্নি-বিফান ৰামায়ণ | কৃত্তিবাস ৰামায়ণ | বঙালী | কাব্য সংকলন | মহাকবি কৃত্তিবাস |
২০০৯ | গোবিন্দ নাৰ্জাৰী | মৗচৌ দান | গোদান | হিন্দী | উপন্যাস | মুন্সী প্ৰেমচান্দ |
২০১০ | উথ্ৰিচাৰ খুঙ্গুৰ বসুমতাৰী | ঈয়াৰুইঙ্গম | ঈয়াৰুইঙ্গম | অসমীয়া | উপন্যাস | বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য |
২০১১ | হৰি নাৰায়ণ খাকলাৰী | ভল্গাফ্ৰাই গঙ্গা | ভল্গা চে গঙ্গা | হিন্দী | উপন্যাস | ৰাহুল সাংকৃত্যায়ন |
২০১২ | স্বৰ্ণপ্ৰভা হাইনাৰী | নিজ্বিচে চুংদ' চল' | ২১ চৰ্ট ষ্টৰিচ বাই ৰবীন্দ্ৰনাথ | বঙালী | চুটিগল্প সংকলন | ৰবীন্দ্ৰনাথ ঠাকুৰ |
২০১৩ | গোবিন্দ বড়ো | জাগৰী | জাগোৰী | বঙালী | উপন্যাস | সতীনাথ ভাদুৰী |
২০১৪ | চুৰৎ নাৰ্জাৰী | গীতাঞ্জলি | গীতাঞ্জলি | বঙালী | কাব্য সংকলন | ৰবীন্দ্ৰনাথ ঠাকুৰ |
২০১৫ | ধনশিৰি স্বৰ্গীয়াৰী | জাহাৰনি মৗন্থাই | অৰণ্যেৰ অধিকাৰ | বঙালী | উপন্যাস | মহাশ্বেতা দেৱী |
২০১৬ | বীৰহাস গিৰি বসুমতাৰী | থেংফাখ্ৰী তহচিলদাৰনি থামানি থুঙৰি | থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল | অসমীয়া | উপন্যাস | মামণি ৰয়ছম গোস্বামী |
২০১৭ | গোবিন্দ বসুমতাৰী | গদ্দাৰ | গদ্দাৰ | হিন্দী | উপন্যাস | কৃষ্ণ চন্দৰ |
২০১৮ | নবীন ব্ৰহ্ম | বিনোদিনী | চোখেৰ বালি | বঙালী | উপন্যাস | ৰবীন্দ্ৰনাথ ঠাকুৰ |
বাল সাহিত্য পুৰস্কাৰ[সম্পাদনা কৰক]
২০১০ চনৰ পৰা সাহিত্য অকাডেমিয়ে বড়ো ভাষাৰ শিশু সাহিত্যিকসকললৈ বাল সাহিত্য পুৰস্কাৰ প্ৰদান কৰি আহিছে:[11]
বৰ্ষ | বিজয়ী | গ্ৰন্থ | প্ৰকাৰ |
---|---|---|---|
২০১০ | নবীন মল্ল বড়ো | চিত্ৰকূটনি ফ্ৰাই - মাউন্ট আবু | ভ্ৰমণকাহিনী |
২০১১ | মহেশ্বৰ নাৰ্জাৰী | পুৰাণনি চল' ফিথিখা (২টা খণ্ড) | চুটিগল্প সংকলন |
২০১২ | হৰিচৰণ বড়ো | অখ্ৰাংমা ইচিঙাও | প্ৰবন্ধ সংকলন |
২০১৩ | যতীন্দ্ৰনাথ স্বৰ্গীয়াৰী | বীৰবলনি চল' | গল্প সংকলন |
২০১৪ | কৌশল্যা ব্ৰহ্ম | গথ'চাফোৰনি ৰাও | কাব্য সংকলন |
২০১৫ | তীৰেণ বড়ো | বোখালি | উপন্যাস |
২০১৬ | বঁটা প্ৰদান কৰা হোৱা নাই | ||
২০১৭ | ৰেণু বড়ো | শিশু সাহিত্যলৈ কৰা সামগ্ৰিক অৱদানৰ বাবে | |
২০১৮ | সীতাৰাম বসুমতাৰী | গথ' গথাইনি চল' ভাতা | চুটিগল্প সংকলন |
যুৱা পুৰস্কাৰ[সম্পাদনা কৰক]
২০১১ চনৰ পৰা সাহিত্য অকাডেমিয়ে বড়ো ভাষাৰ উদীয়মান যুৱ সাহিত্যিকসকললৈ যুৱা পুৰস্কাৰ প্ৰদান কৰি আহিছে:[12]
বৰ্ষ | বিজয়ী | গ্ৰন্থ | প্ৰকাৰ |
---|---|---|---|
২০১১ | জয়শ্ৰী বড়ো | জিও চাহাৰানি বেদুনি | |
২০১২ | দিগন্ত লাৱাৰী | মিজিঙাও চৗমখে জৗমৗই | উপন্যাস |
২০১৩ | চাঞ্চুমা খুঙ্গুৰ বসুমতাৰী | ফেলেঙনি চাওগিৰি | উপন্যাস |
২০১৪ | শান্তি বসুমতাৰী | থৗইনিখ্ৰুইবৗ গৗজাচিন নৗংনি গাবা | কাব্য সংকলন |
২০১৫ | লেবেন লাল মুছাহাৰী | খৗমচি হাৰ্ণি আলাৰি | চুটিগল্প সংকলন |
২০১৬ | বিজিত গয়াৰী | খামফ্লংনাই বুব্লি | কাব্য সংকলন |
২০১৭ | বিজিত গৌৰা ৰামচিয়াৰী | গৗৰবৗনি আৰ'জ | কাব্য সংকলন |
২০১৮ | বঁটা প্ৰদান কৰা হোৱা নাই |
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 1.3 "Sahitya Academi – Bodo". Literature India. http://www.literatureindia.com/2009/10/26/sahitya-academi-%E2%80%93-bodo/। আহৰণ কৰা হৈছে: December 12, 2011.
- ↑ "Sahitya Akademi Awards 2008". india.gov.in. http://india.gov.in/knowindia/general_info.php?id=18। আহৰণ কৰা হৈছে: December 12, 2011.
- ↑ "Sahitya Akademi Awards 2009". india.gov.in. http://india.gov.in/knowindia/general_info.php?id=19। আহৰণ কৰা হৈছে: December 12, 2011.
- ↑ "Sahitya Akademi Awards 2010". india.gov.in. http://india.gov.in/knowindia/general_info.php?id=20। আহৰণ কৰা হৈছে: December 12, 2011.
- ↑ "Sahitya Akademi Award 2011 announced". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/award-2011.pdf। আহৰণ কৰা হৈছে: December 22, 2011.
- ↑ "সাহিত্য অকাডেমি বঁটা ২০১২". সাহিত্য অকাডেমি. ২০ ডিচেম্বৰ, ২০১২. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sa-award2012.pdf। আহৰণ কৰা হৈছে: ২৩ ডিচেম্বৰ, ২০১২.
- ↑ "সাহিত্য অকাডেমি বঁটা ২০১৩". সাহিত্য অকাডেমি. ১৮ ডিচেম্বৰ, ২০১৩. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/award2013-e.pdf। আহৰণ কৰা হৈছে: ২২ ডিচেম্বৰ, ২০১৩.
- ↑ "Sahitya Akademi Main Award 2017". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sahityaakademiawards2017.pdf। আহৰণ কৰা হৈছে: 26 December 2017.
- ↑ "Sahitya Akademi Main Award 2018". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sahityaakademiawards2018.pdf। আহৰণ কৰা হৈছে: 6 December 2018.
- ↑ "অকাডেমি অনুবাদ বঁটা". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/awards/anuvad_samman_suchi.jsp#BODO। আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯.
- ↑ "বাল সাহিত্য পুৰস্কাৰ". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/awards/bal%20sahitya%20samman_suchi.jsp। আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯.
- ↑ "যুৱা পুৰস্কাৰ". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/awards/yuva_samman_suchi.jsp। আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯.
|