বুঢ়ী আইৰ সাধু
Jump to navigation
Jump to search
বুঢ়ী আইৰ সাধু | |
---|---|
লেখক | লক্ষ্মীনাথ বেজবৰুৱা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | সাধু সংকলন |
প্ৰকাশক | বনলতা[1] |
প্ৰকাশ | ১৯১২ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
আই.এচ.বি.এন. | 81-7339-215-3[1] |
![]() |
বুঢ়ী আইৰ সাধু হৈছে শিশু উপযোগী এখন সাধু সংকলন। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে নানা প্ৰবন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰিছিল। এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সাধু সংকলনৰূপে প্ৰকাশ কৰিছিল।
বুঢ়ী আইৰ সাধুৰ সাধুকেইটা[সম্পাদনা কৰক]
বুঢ়ী আইৰ সাধুত মুঠ ৩০টা সাধু আছে। সাধুকেইটাৰ নাম তলত উল্লেখ কৰা হ'ল:
|
|
|
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "প্ৰকাশন". http://www.banalata.in/book/burhi-aair-sadhu। আহৰণ কৰা হৈছে: July 13, 2012.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- অসমীয়া ৱিকিউৎসত লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত সাধু আৰু অনান্য ৰচনা আছে।
- বুঢ়ী আইৰ সাধু’ত নাটকীয় উপাদান – নৰেন পাটগিৰি সাহিত্য ডট অৰ্গ
- বুঢ়ী আইৰ সাধুৰ শ্ৰৱ্য সংযোগ