২৩ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

• ১৮০৪ চনত আমেৰিকাৰ ১৪ তম ৰাষ্ট্ৰপতি ফ্ৰেন্কলিন পিয়েৰছৰ জন্ম।

• ১৯১১ চনত শিক্ষাবিদ, সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ জন্ম।

• ১৯২৬ চনত ধৰ্মীয় গুৰু সত্যসাই বাবাৰ জন্ম৷

• ১৯৩৩ চনত কথা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহৰ জন্ম।

• ১৯৩৭ চনত ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ মৃত্যু।

• ১৯৮২ চনত সাহিত্যিক সীতানাথ ব্ৰক্ষ্মচৌধুৰীৰ মৃত্যু।

• ১৯৯০ চনত দিল্লীত কমনৱেলফ শীৰ্ষ সন্মিলন আৰম্ভ।

• ১৯৯১ চনত দক্ষিণ পূব এছিয়াৰ দেশ কাস্পুচিয়াৰ নাম সলনি কৰি কম্বোডিয়া।

• ১৯৯৭ চনত মিছ ইণ্ডিয়া ডায়েনা হেডেনৰ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন।

• ১৯৯৭ চনত ‘প্ৰসাৰ ভাৰতী’ গঠন৷

• ১৯৯৯ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ মিলেনিয়াম ৰাষ্ট্ৰীয় বঁটা ঘোষণা।