২৩ নৱেম্বৰ
Jump to navigation
Jump to search
• ১৮০৪ চনত আমেৰিকাৰ ১৪ তম ৰাষ্ট্ৰপতি ফ্ৰেন্কলিন পিয়েৰছৰ জন্ম।
• ১৯১১ চনত শিক্ষাবিদ, সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ জন্ম।
• ১৯২৬ চনত ধৰ্মীয় গুৰু সত্যসাই বাবাৰ জন্ম৷
• ১৯৩৩ চনত কথা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহৰ জন্ম।
• ১৯৩৭ চনত ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ মৃত্যু।
• ১৯৮২ চনত সাহিত্যিক সীতানাথ ব্ৰক্ষ্মচৌধুৰীৰ মৃত্যু।
• ১৯৯০ চনত দিল্লীত কমনৱেলফ শীৰ্ষ সন্মিলন আৰম্ভ।
• ১৯৯১ চনত দক্ষিণ পূব এছিয়াৰ দেশ কাস্পুচিয়াৰ নাম সলনি কৰি কম্বোডিয়া।
• ১৯৯৭ চনত মিছ ইণ্ডিয়া ডায়েনা হেডেনৰ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন।
• ১৯৯৭ চনত ‘প্ৰসাৰ ভাৰতী’ গঠন৷
• ১৯৯৯ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ মিলেনিয়াম ৰাষ্ট্ৰীয় বঁটা ঘোষণা।